Ghanashyaam Doley

Ghanashyaam Doley Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ghanashyaam Doley, Social service, North Lakhimpur.

Permanent Invitee Member,BJP Assam Pradesh
Co-Convenor, Media Cell, BJP, Assam Pradesh
Former Vice President, BJYM, Assam Pradesh
Former Co-In Charge, Training Cell, BJYM, Assam Pradesh
Former President, BYJM, Lakhimpur District
Founder Sparsha NGO Co-Convenor, Media Cell, Bharatiya Janata Party, Assam Pradesh
Former Vice President, Bharatiya Janata Yuva Morch, Assam Pradesh
Former Co-In Charge, T

raining Cell, Bharatiya Janata Yuva Morch, Assam Pradesh
Former President, Bharatiya Janata Yuva Morch, Lakhimpur District

Life Time Member of Raaiz NGO
Founder Sparsha NGO
Founder Abutani Football Club

22/04/2026

দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম সংগ্ৰামী, কাৰাগাৰৰ ভিতৰত ব্ৰিটিছৰ অমানুষিক অত্যাচাৰৰ বলি হোৱা শ্বহীদ কমলা মিৰিক আজি স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

গনতন্ত্ৰত সকলোতকৈ গুৰুত্বপুৰ্ণ, শক্তিশালী আৰু মুল‍্যৱান বস্তুতোৱেই হ’ল আমাৰ ভোটাধিকাৰ । আহক ১০০ শতাংশ ভোটদানেৰে আমাৰ গনত...
09/04/2026

গনতন্ত্ৰত সকলোতকৈ গুৰুত্বপুৰ্ণ, শক্তিশালী আৰু মুল‍্যৱান বস্তুতোৱেই হ’ল আমাৰ ভোটাধিকাৰ । আহক ১০০ শতাংশ ভোটদানেৰে আমাৰ গনতান্ত্ৰিক ব‍্যৱস্হাটোক অধিক শক্তিশালী কৰোঁ।

আজি খেৰকটা পণ্সায়তত নিৰ্বাচনী প্ৰচাৰৰ কিছু দৃশ‍্যাংশ…BJP Assam PradeshBJP Dhakuakhana District
05/04/2026

আজি খেৰকটা পণ্সায়তত নিৰ্বাচনী প্ৰচাৰৰ কিছু দৃশ‍্যাংশ…

BJP Assam Pradesh
BJP Dhakuakhana District

সোনাৰি চাপৰি গাঁৱ পণ্সায়তৰ ১০ টা ৱাৰ্ডত  আৰু ডিমৰুগুৰি পণ্সায়তৰ আলিমুৰ পাতিৰ বুথত আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসুচীত অংশগ্ৰ...
03/04/2026

সোনাৰি চাপৰি গাঁৱ পণ্সায়তৰ ১০ টা ৱাৰ্ডত আৰু ডিমৰুগুৰি পণ্সায়তৰ আলিমুৰ পাতিৰ বুথত আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসুচীত অংশগ্ৰহন কৰো ।

BJP Assam Pradesh
BJP Dhakuakhana District

আজি হাৰ্হি পণ্সায়তৰ অন্তৰ্গত ২২০ আৰু ২২২ নং বুথত সন্মানীয় কাৰ্যকৰ্তাৰ লগত মতবিনিময় কৰাৰ লগতে জিলা কাৰ্যালয়ত যুৱ মৰ্চাৰ উ...
02/04/2026

আজি হাৰ্হি পণ্সায়তৰ অন্তৰ্গত ২২০ আৰু ২২২ নং বুথত সন্মানীয় কাৰ্যকৰ্তাৰ লগত মতবিনিময় কৰাৰ লগতে জিলা কাৰ্যালয়ত যুৱ মৰ্চাৰ উদ‍্যোগত কিছু যুৱ সতীৰ্থৰ যোগদান কাৰ্যসুচীত অংশগ্ৰহন কৰো ।

BJP Assam Pradesh
BJP Dhakuakhana District

‘বুথ বিজয় সংকল্প অভিযান’আজি চাউলধোৱা পঞ্চায়তৰ অন্তৰ্গত ১৫ নং গৰৈয়মাৰীপ্ৰাথমিক বিদ্যালয় বুথ ১৯নং কৰকনী পুঁঠিমাৰী প্ৰা...
31/03/2026

‘বুথ বিজয় সংকল্প অভিযান’
আজি চাউলধোৱা পঞ্চায়তৰ অন্তৰ্গত
১৫ নং গৰৈয়মাৰীপ্ৰাথমিক বিদ্যালয় বুথ
১৯নং কৰকনী পুঁঠিমাৰী প্ৰাথমিক বিদ্যালয় বুথৰ সোঁ অংশ
২০নং কৰকনী পুঁঠিমাৰী প্ৰাথমিক বিদ্যালয় বুথৰ বাঁও অংশ
২২ নং তিনিচুকীয়া হেচামৰা বুথ
৯ নং গৌতম মিলি হাইস্কুল বিদ্যালয় বুথৰ লগতে চাউলধোৱা আৰু উওৰ ঢকুৱাখনা পণ্সায়ত নিৰ্বাচনী কাৰ্যালয়ত একোখনকৈ সভাত অংশগ্ৰহন কৰো ।

BJP Assam Pradesh
BJP Dhakuakhana District

৭৭ নং ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত ভেটতলী, লেচেৰা আৰু মহখোৱা ভোটকেন্দ্ৰৰ কেইবাখনো গাঁৱত শ্ৰদ্ধাভাজন ৰাইজৰহতে মত-বিনিময় কৰো ...
30/03/2026

৭৭ নং ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত ভেটতলী, লেচেৰা আৰু মহখোৱা ভোটকেন্দ্ৰৰ কেইবাখনো গাঁৱত শ্ৰদ্ধাভাজন ৰাইজৰহতে মত-বিনিময় কৰো ।

BJP Assam Pradesh
BJP Dhakuakhana District

সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰতি লক্ষ‍্য ৰাখি আজি গোগামুখত মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়া...
29/03/2026

সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰতি লক্ষ‍্য ৰাখি আজি গোগামুখত মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত Nitin Nabin ডাঙৰীয়াৰ উপস্থিতিত লখিমপুৰ, ধেমাজি আৰু ঢকুৱাখনা জিলাৰ অন্তৰ্গত সমুহ বিধানসভা সমষ্টিৰ সন্মানীয় কাৰ্যকৰ্তাৰ লগত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।।

BJP Assam Pradesh

ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত আজি ঢকুৱাখনা সমষ্টিৰ ঘিলামৰাত আয়োজিত বিজেপি নেতৃ...
29/03/2026

ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত আজি ঢকুৱাখনা সমষ্টিৰ ঘিলামৰাত আয়োজিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁ‌টৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহন কৰো ।

BJP Assam Pradesh
BJP Dhakuakhana District

Address

North Lakhimpur

Telephone

+918761920022

Website

Alerts

Be the first to know and let us send you an email when Ghanashyaam Doley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ghanashyaam Doley:

Share

Category