Sofiqul Hoque

Sofiqul Hoque Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sofiqul Hoque, Political Party, Rajali Balitika Road, North Lakhimpur.

31/12/2025
18/11/2025

অহা ইং২৬/১১/২৫ তাৰিখে বালিটিকা জাতীয় বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত মায়াবিনী এনিশা অনুষ্ঠানত উপস্থিত থাকিব সুদুৰ পশ্চিম বংগৰ পৰা আমন্ত্রিত কণ্ঠশিল্পী_ আদ্ৰিজা
উক্ত সাংস্কৃতিক অনুষ্ঠানত সকলো দৰ্শক ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ ।

18/11/2025

EVM वाली 122 की Setting ⚙️

19/06/2025
অসম প্রদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক লখিমপুৰ জিলালৈ স্বাগতম জনালো |
19/06/2025

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক লখিমপুৰ জিলালৈ স্বাগতম জনালো |

https://www.facebook.com/share/p/16R5foR5Z4/
18/06/2025

https://www.facebook.com/share/p/16R5foR5Z4/

নাওবৈছা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা সঞ্জয়ৰাজ চুব্বাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

18/06/2025

Address

Rajali Balitika Road
North Lakhimpur
787023

Website

Alerts

Be the first to know and let us send you an email when Sofiqul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share