𝙱𝙹𝙿 𝙽𝚊𝚛𝚊𝚢𝚊𝚗𝚙𝚞𝚛 𝙿𝚞𝚋 𝙼𝚊𝚗𝚍𝚊𝚕

  • Home
  • India
  • North Lakhimpur
  • 𝙱𝙹𝙿 𝙽𝚊𝚛𝚊𝚢𝚊𝚗𝚙𝚞𝚛 𝙿𝚞𝚋 𝙼𝚊𝚗𝚍𝚊𝚕

𝙱𝙹𝙿 𝙽𝚊𝚛𝚊𝚢𝚊𝚗𝚙𝚞𝚛 𝙿𝚞𝚋 𝙼𝚊𝚗𝚍𝚊𝚕 Official Mandal Unit of Bharatiya Janata Party, Narayanpur Pub Mandal, LAKHIMPUR DISTRICT (Assam). Committed to Service, Organisation & Nation Building.

Organizational Appointment ' Weavers Cell 'BJP STATE committee Congratulations 🎉 to All
04/09/2026

Organizational Appointment
' Weavers Cell '

BJP STATE committee

Congratulations 🎉 to All



ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক Ravindra Raju ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শু...
04/09/2026

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক Ravindra Raju ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনাইছোঁ । পৰম পিতাই কুশলে ৰাখক ।
BJP Assam Pradesh

Himanta Biswa Sarma Dilip Saikia Bhupen Borah Julee Saikia Chittaronjon Borah

03/09/2026

Himanta Biswa Sarma BJP Assam Pradesh Dilip Saikia Shyamal Sharma Julee Saikia

অসমৰ গৌৰৱ, ক্ৰীড়া জগতৰ জীৱন্ত কিংবদন্তি, অৰ্জুন বঁটা প্ৰাপক শ্ৰদ্ধেয় ভোগেশ্বৰ বৰুৱা দেৱক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞ...
03/09/2026

অসমৰ গৌৰৱ, ক্ৰীড়া জগতৰ জীৱন্ত কিংবদন্তি, অৰ্জুন বঁটা প্ৰাপক শ্ৰদ্ধেয় ভোগেশ্বৰ বৰুৱা দেৱক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰি অসমৰ ক্ৰীড়াৰ ইতিহাসত সোণালী অধ্যায় ৰচনা কৰা আৰু অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হিচাপে তেখেত আমাৰ বাবে চিৰ প্ৰেৰণাৰ উৎস।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ক্ৰীড়া ক্ষেত্ৰক নতুন উচ্চতালৈ লৈ যোৱাৰ যি অভিযান, তাক তেখেতৰ দৰে কিংবদন্তি সকলেই অনুপ্ৰেৰণা প্ৰদান কৰি আহিছে।

তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

BJP Assam Pradesh Himanta Biswa Sarma

03/09/2026

"Success is not built on overnight miracles; it is forged in the quiet endurance of patience, the daily fire of hard work, and the razor-sharp focus of absolute attention."

প্ৰাপ্তিৰ আনন্দ

ভাৰতীয় জনতা পাৰ্টি নাৰায়ণপুৰ পূৱ মণ্ডলৰ মণ্ডল উপ - সভাপতি তথা নাৰায়ণপুৰ গাওঁ পঞ্চায়তৰ সন্মানীয় সভাপতি শ্ৰী Chittaro...
03/09/2026

ভাৰতীয় জনতা পাৰ্টি নাৰায়ণপুৰ পূৱ মণ্ডলৰ মণ্ডল উপ - সভাপতি তথা নাৰায়ণপুৰ গাওঁ পঞ্চায়তৰ সন্মানীয় সভাপতি শ্ৰী Chittaronjon Borah লৈ তেওঁৰ আজিৰ এই মধুৰ ক্ষণত জন্মদিনৰ অলেখ শুভকামনা জনালোঁ ।
মা কামাখ্যাই তেওঁৰ সকলো শুভ আশা আকাংক্ষা পূৰ্ণ কৰি
তেওঁক দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখে যেন।

Address

Narayanpur Pub Mandal
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when 𝙱𝙹𝙿 𝙽𝚊𝚛𝚊𝚢𝚊𝚗𝚙𝚞𝚛 𝙿𝚞𝚋 𝙼𝚊𝚗𝚍𝚊𝚕 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share