Lakhimpur District NASP

Lakhimpur District NASP This page is the official page of the Lakhimpur District Committee (NASP)

এই ল'ৰা জনৰ নাম চুলতান ছাদিক, জনা মতে বৰ্তমান ল'ৰা জন অসম যুৱ কংগ্ৰেছৰ ৰঙানদীৰ অন্তৰ্গত ৰামপুৰ বগীবিলৰ এজন কৰ্মকৰ্তা। ল'...
29/12/2025

এই ল'ৰা জনৰ নাম চুলতান ছাদিক, জনা মতে বৰ্তমান ল'ৰা জন অসম যুৱ কংগ্ৰেছৰ ৰঙানদীৰ অন্তৰ্গত ৰামপুৰ বগীবিলৰ এজন কৰ্মকৰ্তা। ল'ৰা জনে ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ চমুকৈ NASPৰ অপপ্ৰচাৰ চলাই আছে। সেয়ে অতি সোনকালেই প্ৰমাণ সহকাৰে আইনীভাৱে পদক্ষেপ লোৱা হ'ব।

ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ

13/10/2025

Lakhimpur District NASP

Mandatory declaration
20/09/2025

Mandatory declaration

19/09/2025

ইয়াৰ দ্বাৰা জনাব বিচাৰোঁ যে চুলতান ছাদিকক নাওবৈচা আঞ্চলিক সমিতিৰ আহ্বায়ক সমিতিৰ পৰা বহিষ্কাৰ কৰা হৈছে। তাৰ লগত আজিৰ পৰা কোনোধৰণৰ লক্ষীমপুৰ জিলা সমিতিৰ লগত সম্পৰ্ক নাই।

ভৱদীয়—
এছ.এম ছাইফ উদ্দিন
লক্ষীমপুৰ জিলা সমিতি (NASP)
তাৰিখঃ ১৯/০৯/২৫ ইং

Address

Lakhimpur
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur District NASP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category