33 No.Nonoi Serfang Mandal

33 No.Nonoi Serfang Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 33 No.Nonoi Serfang Mandal, Political organisation, Orangajuli.

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পৱিত্ৰক্ষণত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপা সকলোৰে বৰ্তি থাকক তাৰেই কামনা কৰি...
04/09/2026

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পৱিত্ৰক্ষণত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপা সকলোৰে বৰ্তি থাকক তাৰেই কামনা কৰিছোঁ।

জয় শ্ৰীকৃষ্ণ! 🙏

একতা,নিষ্ঠা আৰু সংকল্প — সবল মণ্ডলৰ ভিত্তি! মণ্ডল সভাপতি শ্ৰীযুত Monjoy Mbagh  ডাঙৰীয়াৰ নেতৃত্বত ওদালগুৰি জিলা বিজেপিৰ ...
03/09/2026

একতা,নিষ্ঠা আৰু সংকল্প — সবল মণ্ডলৰ ভিত্তি!
মণ্ডল সভাপতি শ্ৰীযুত Monjoy Mbagh ডাঙৰীয়াৰ নেতৃত্বত ওদালগুৰি জিলা বিজেপিৰ নোনাই সেৰফাং মণ্ডলৰ বিশেষ সাংগঠনিক বৈঠক সম্পন্ন। সংগঠন মজবুত কৰাৰ অংগীকাৰেৰে আমি আগুৱাই গৈছোঁ ৰাইজৰ সেৱাত।
ভাৰত মাতা কি জয়! 🙏

Khagen Tati
Amrit Tanty
Rekha Singh Rajput
Jeherul Islam
Bikan Chandra Deka
Ajoy Kumar Hazarika
Dilip Saikia
Sanjit Tanti

অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি তথা লোকসভাৰ সাংসদ শ্ৰীযুত Dilip Saikia ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰ...
01/09/2026

অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি তথা লোকসভাৰ সাংসদ শ্ৰীযুত Dilip Saikia ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সংসদত জনসাধাৰণৰ কণ্ঠস্বৰ হিচাপে আৰু অসমত দলীয় সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা সঁচাকৈয়ে প্ৰশংসনীয়। মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত তেখেতৰ সুস্বাস্থ্য,দীৰ্ঘায়ু আৰু সফলতাৰে ভৰা জীৱনৰ বাবে প্ৰাৰ্থনা জনালোঁ।

31/08/2026

আজিৰে পৰা বহু প্ৰতীক্ষিত ওদালগুৰিৰ ছামৰাং লেণ্ড কাষ্টমছ ষ্টেচন কাৰ্যক্ষম হ’ল। এই নতুন সীমান্ত বাণিজ্যিক সংযোগে ভাৰত আৰু ভূটানৰ মাজত সামগ্ৰীৰ সৰবৰাহ অধিক সুচল কৰাৰ লগতে আন্তঃসীমান্ত বাণিজ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰিব। একে সময়তে ই অসমৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰি স্থানীয় বাণিজ্য, উদ্যোগ আৰু জীৱিকাৰ নতুন সুযোগ সৃষ্টি কৰাৰ পথো প্ৰশস্ত কৰিব।

ভাৰত-ভূটানৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ দিশত আজি অসমৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ল। ভাৰত-ভূটানৰ ঐতিহাসিক বন্ধুত্বত অসমৰ যোগসুত্র স্থাপনেৰে এতিয়া উন্নয়ন আৰু সমৃদ্ধিয়ে লাভ কৰিব অধিক নতুন গতি।
🇮🇳🇧🇹

Furthering Bharat-Bhutan ties 🇮🇳🇧🇹

The Samrang Land Customs Station in Assam's Udalguri has become operational today; which will further enhance cross border trade infrastructure, facilitate movement of goods and further strengthen trade connectivity between Assam and Bhutan.

বিটিচিৰ উপাধ্যক্ষ তথা দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ সন্মানীয় পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি  বামুঞ্জুলি প্ৰেক্ষাগৃহত শ্ৰ...
27/08/2026

বিটিচিৰ উপাধ্যক্ষ তথা দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ সন্মানীয় পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি বামুঞ্জুলি প্ৰেক্ষাগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভাৰতীয় জনতা পাৰ্টি নোনাই সেৰফাং মণ্ডল।
Monjoy Mbagh
Pallab Lochan Das
Bikan Chandra Deka
Ajoy Kumar Hazarika

অতি দুখৰ খবৰ যে বি.টি.চিৰ এগৰাকী শক্তিশালী নেতা,দৰঙ্গাজুলী পৰিষদীয় সমষ্টিৰ ৪ বাৰৰ বিজয়ী পাৰিষদ,এগৰাকী দুৰদৰ্শী ৰাজনীতি...
26/08/2026

অতি দুখৰ খবৰ যে বি.টি.চিৰ এগৰাকী শক্তিশালী নেতা,দৰঙ্গাজুলী পৰিষদীয় সমষ্টিৰ ৪ বাৰৰ বিজয়ী পাৰিষদ,এগৰাকী দুৰদৰ্শী ৰাজনীতিবিদ,প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমান বড়োলেণ্ড প্ৰাদেশীয় পৰিষদীয় বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ,Bijit Gwra Narzary দেৱৰ অকাল বিয়োগত অতিকৈ মৰ্মাহত হৈছো। তেখেতৰ মৃত্যু সমগ্ৰ বিটিচি অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ পবিত্ৰ আত্মাই বৈকুণ্ঠত বসতি কৰক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা যাচিলোঁ।
😭

ওম শান্তি।। ওম শান্তি।। ওম শান্তি।। 🙏

Himanta Biswa Sarma
Jayanta Mallabaruah
Biswajit Daimary
Monjoy Mbagh

ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সভাপতি শ্ৰীযুত Ajoy Kumar Hazarika দেৱৰ নিৰ্দেশ অনুসৰি আজি বিজেপি নোনাই সেৰফাং মণ্ডল ...
21/08/2026

ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সভাপতি শ্ৰীযুত Ajoy Kumar Hazarika দেৱৰ নিৰ্দেশ অনুসৰি আজি বিজেপি নোনাই সেৰফাং মণ্ডল সভাপতি শ্ৰীযুত Monjoy Mbagh ডাঙৰীয়াৰ নেতৃত্বত নোনাই সেৰফাং সমষ্টিৰ মাননীয় পাৰিষদ শ্ৰীযুত Paul Toppo
ডাঙৰীয়াৰ লগত NDA মিত্ৰজোঁট হিচাপে এখন আলোচনা অনুষ্ঠিত হয়। আগন্তক নোনাই সেৰফাং সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ দিশত বিভিন্ন উন্নয়নমূলক বিষয়ে মত বিনিময় আদান প্ৰদান কৰা হয়। উপস্থিত থাকে ওদালগুৰি জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি Zainal Hussain ডাঙৰীয়া আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকল লগতে শক্তিকেন্দ্ৰ প্ৰমুখ সকল। আজিৰ আলোচনাৰ বাবে সন্মানীয় পাৰিষদ শ্ৰীযুত পল তপ্প ডাঙৰীয়া লৈ নোনাই সেৰফাং মণ্ডল বিজেপি ৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Himanta Biswa Sarma
BJP Assam Pradesh
Dilip Saikia
Bikan Chandra Deka
NDA মিত্ৰজোঁট জিন্দাবাদ
ভাৰত মাতা কি জয় 🙏

📌বিজেপি উদালগুৰি জিলাৰ সন্মানীয়  সভাপতি শ্ৰীযুত Ajoy Kumar Hazarika দেৱৰ অনুমোদন অনুসৰি শ্ৰীযুত Sanjeeb mishra দেৱক তৎকা...
21/08/2026

📌বিজেপি উদালগুৰি জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত Ajoy Kumar Hazarika দেৱৰ অনুমোদন অনুসৰি শ্ৰীযুত Sanjeeb mishra দেৱক তৎকালীন কাৰ্যকৰী হোৱাকৈ নোনাই চেৰফাং মণ্ডলৰ অন্তৰ্গত নোনাইখুটি শক্তি কেন্দ্ৰৰ শক্তি কেন্দ্ৰপ্ৰমুখ হিচাপে নিযুক্তি দিয়া হয়।
Monjoy Mbagh
Dilip Saikia
Bikan Chandra Deka
Ajoy Kumar Hazarika
Sanjit Tanti

Congratulations 🎉 Sanvi Dulal ❤️Tilak Dulal
20/08/2026

Congratulations 🎉 Sanvi Dulal ❤️

Tilak Dulal

Address

Orangajuli

Website

Alerts

Be the first to know and let us send you an email when 33 No.Nonoi Serfang Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share