Dr. Sunita changkakati

Dr. Sunita changkakati palashbari constituency palashbari consituency

08/02/2021
17/01/2021
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক শ্ৰীযুত ফনীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়াৰ বাসগৃহত আয়োজন কৰা শ্ৰী শ্ৰী মাঁ‌ মনসা ...
17/01/2021

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাংগাঠনিক সম্পাদক শ্ৰীযুত ফনীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়াৰ বাসগৃহত আয়োজন কৰা শ্ৰী শ্ৰী মাঁ‌ মনসা পূজাত উপস্থিত হৈ মাঁ‌ৰ আশীৰ্বাদ লোৱাৰ লগতে অসমবাসী ৰাইজৰ আটাইৰে অপায় অমংগল দূৰ কৰক তাৰেই কামনা কৰি মাঁ‌ ৰ ওচৰত প্ৰাৰ্থনা জনালো।

আজি ইং ০৫-০১-২০২১ তাৰিখে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা,জামৰতলত স্বৰ্গীয় হৰমোহন গোশ্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাং...
05/01/2021

আজি ইং ০৫-০১-২০২১ তাৰিখে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জা,জামৰতলত স্বৰ্গীয় হৰমোহন গোশ্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত শিশুৰ অধিকাৰ আৰু মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ অধীনৰ বিভিন্ন আঁ‌চনিৰ বিষয়ে মই আহ্বান কৰা সজাগতা সভাখনিত হাজাৰ হাজাৰ মহিলাৰ উপস্থিতিয়ে প্ৰমান কৰিলে যে চৰকাৰে মহিলা সৱলীকৰণৰ কাৰনে লোৱা পদক্ষেপ সমূহে সকলো মহিলাকে লাভান্বিত কৰিছে ।মই আজিৰ সভাত উপস্থিত সকলো মহিলাকে স্বাগতম জনাইছো লগতে তেওঁ‌লোকে মোৰ আমন্ত্ৰনৰ প্ৰতি সহাৰি জনাই সভাখনিত যোগদান কৰা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

কৰিমগঞ্জ বাসীৰ আতিথ্য জীৱনত কেতিয়াও পাহৰিৱ নোৱাৰা এক মধুৰ স্মৃতি।আজি প্ৰায় চাৰি(৪) বছৰৰ পৰা বৰাক আৰু ব্ৰক্ষ্মপুত্ৰৰ দুইপ...
24/12/2020

কৰিমগঞ্জ বাসীৰ আতিথ্য জীৱনত কেতিয়াও পাহৰিৱ নোৱাৰা এক মধুৰ স্মৃতি।আজি প্ৰায় চাৰি(৪) বছৰৰ পৰা বৰাক আৰু ব্ৰক্ষ্মপুত্ৰৰ দুইপাৰে পাহাৰ ভৈয়ামে বসবাস কৰা জনগনে ঐক্য,শান্তি,সম্প্ৰিতিৰ এনাজৰীৰে অসম খনক একতাৰ মিলন ভূমিত পৰিনত কৰিছে। এগৰাকী অসমীয়া হিচাবে নিজকে গৌৰৱ অনুভৱ কৰিছো।

ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিন কামৰূপ জিলা মহিলা মৰ্চাৰ আমন্ত্ৰন মৰ্মে সাংগাঠনিক সভাখনিত উপস্থিত থাকি নিজকে সৌভাগ্য অনুভৱ কৰ...
18/12/2020

ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিন কামৰূপ জিলা মহিলা মৰ্চাৰ আমন্ত্ৰন মৰ্মে সাংগাঠনিক সভাখনিত উপস্থিত থাকি নিজকে সৌভাগ্য অনুভৱ কৰিছো লগতে মোক আমন্ত্ৰন কৰি যিখিনি সন্মান যাচিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।

প্ৰায় ৩০০০( তিনি হাজাৰ) মহিলাৰ উপস্থিতিত অসম চৰকাৰৰ অধীনৰ শিশু আৰু মহিলা সৱলীকৰণৰ বাবে আগবঢ়োৱা বিভিন্ন আচঁ‌নিৰ বিষয়ে সজা...
15/12/2020

প্ৰায় ৩০০০( তিনি হাজাৰ) মহিলাৰ উপস্থিতিত অসম চৰকাৰৰ অধীনৰ শিশু আৰু মহিলা সৱলীকৰণৰ বাবে আগবঢ়োৱা বিভিন্ন আচঁ‌নিৰ বিষয়ে সজাগতা সভা

১৯৭৯ চনৰ অসম আন্দোলনৰ সময়ত নাৰেংগিৰ অইল ইন্দিয়া ৰ সন্মুখত আন্দোলন কৰাৰ মুহুৰ্তৰ স্মৃতিবোৰে আজি মোক নষ্টালজিক কৰি তুলিছে।
10/12/2020

১৯৭৯ চনৰ অসম আন্দোলনৰ সময়ত নাৰেংগিৰ অইল ইন্দিয়া ৰ সন্মুখত আন্দোলন কৰাৰ মুহুৰ্তৰ স্মৃতিবোৰে আজি মোক নষ্টালজিক কৰি তুলিছে।

Address

Palasbari
781015

Website

Alerts

Be the first to know and let us send you an email when Dr. Sunita changkakati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category