Joyraj Chetri

Joyraj Chetri Vice President at All Assam Gorkha Students' Union(AAGSU)

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)১৮ সংখ্যক কাৰ্যকালৰ অন্তিম কাৰ্যনিৰ্বাহক সভা ।📅 তাৰিখ: ১৪ জুলাই ২০২৬📍 স্থান: চিলাপথাৰ।
14/07/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)
১৮ সংখ্যক কাৰ্যকালৰ অন্তিম কাৰ্যনিৰ্বাহক সভা ।

📅 তাৰিখ: ১৪ জুলাই ২০২৬
📍 স্থান: চিলাপথাৰ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ চতুৰ্থ দ্বি বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে সভাপতি...
15/06/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ চতুৰ্থ দ্বি বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে সভাপতি অশোক লামা আৰু সাধাৰণ সম্পাদক ৰামজী নেৱাৰ প্ৰমুখ্যে জিলা সমিতিৰ সকলো বিষয়ববীয়া ক কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ ।
Joyraj Chetri Ashok Lama

05/06/2026

পৰিবেশ এই সম্পদ
গছ থাকিলে জীৱ থাকে
বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো
Joyraj Chetri

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু লক্ষীমপুৰ জিলা সমিতিৰ এক গুৰুত...
26/05/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু লক্ষীমপুৰ জিলা সমিতিৰ এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ত উপস্থিত থাকো । সকলো জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া ৰ উপস্থিতত ডিব্ৰুগড়স্থিত ‘হোটেল লিটিল পেলেচ’ৰ সভাগৃহত সম্পন্ন হয় । সকলো জিলা সমিতিক পুনৰ সংগ্ৰামী অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰিছো ।
Joyraj Chetri
Numal Chetry

31/03/2026

সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্‌ছু) ডিব্ৰুগড় জিলা সমিতিৰ ভগ্নী সংগঠন গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকো প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক কাৰ্যকালৰ বাবে সভানেত্রীৰ দায়িত্ব পুনৰবাৰ ববী ছেত্ৰী আৰু সম্পাদিকাৰ দায়িত্ব মনিশা উপাধ্যায়ক প্ৰদান কৰা হয়। সভানেত্রী আৰু সম্পাদিকা লগতে সকলো নৱনির্বাচিত বিষয়ববীয়া আন্তৰিক শুভেচ্ছাঁ জ্ঞাপন কৰিলোঁ।

॥ নাৰী শক্তি জিন্দাবাদ ॥
Joyraj Chetri

সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্‌ছু) ডিব্ৰুগড় জিলা সমিতিৰ ভগ্নী সংগঠন গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বি...
31/03/2026

সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্‌ছু) ডিব্ৰুগড় জিলা সমিতিৰ ভগ্নী সংগঠন গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকো প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক কাৰ্যকালৰ বাবে সভানেত্রীৰ দায়িত্ব পুনৰবাৰ ববী ছেত্ৰী আৰু সম্পাদিকাৰ দায়িত্ব মনিশা উপাধ্যায়ক প্ৰদান কৰা হয়। সভানেত্রী আৰু সম্পাদিকা লগতে সকলো নৱনির্বাচিত বিষয়ববীয়া আন্তৰিক শুভেচ্ছাঁ জ্ঞাপন কৰিলোঁ।

॥ নাৰী শক্তি জিন্দাবাদ ॥
Joyraj Chetri

সদৌ অসম গোৰ্খা ছাত্র সন্থা(আগ্‌ছু) ডিব্ৰুগড় জিলা সমিতিৰ ভগ্নী সংগঠন গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বি-...
30/03/2026

সদৌ অসম গোৰ্খা ছাত্র সন্থা(আগ্‌ছু) ডিব্ৰুগড় জিলা সমিতিৰ ভগ্নী সংগঠন গোৰ্খা নাৰী পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আগন্তুক কাৰ্যকালৰ বাবে সভানেত্রীৰ দায়িত্ব পুনৰবাৰ ববী ছেত্ৰী আৰু সম্পাদিকাৰ দায়িত্ব মনিশা উপাধ্যায়ক প্ৰদান কৰা হয়। সভানেত্রী আৰু সম্পাদিকা লগতে সকলো নৱনির্বাচিত বিষয়ববীয়া আন্তৰিক শুভেচ্ছাঁ জ্ঞাপন কৰিলোঁ l

॥ নাৰী শক্তি জিন্দাবাদ ॥
Joyraj Chetri

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি দেৱ গুৰুং আৰু সাধাৰণ সম্পাদক শংকৰ জৈছীৰ লগতে সমূহ...
23/03/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি দেৱ গুৰুং আৰু সাধাৰণ সম্পাদক শংকৰ জৈছীৰ লগতে সমূহ বিষয়-ববীয়ালৈ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো ।
Joyraj Chetri

সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ,ডিগবৈ আঞ্চলিক সমিতিৰ নৱ নিৰ্বাচিত সভাপতি ৰামো নেৱাৰ,সম্পাদক দীপক ৰেগ্মি লগতে সমূহ বিষয়ববীয়...
20/03/2026

সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ,ডিগবৈ আঞ্চলিক সমিতিৰ নৱ নিৰ্বাচিত সভাপতি ৰামো নেৱাৰ,সম্পাদক দীপক ৰেগ্মি লগতে সমূহ বিষয়ববীয়া সকলোলৈ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো।

Joyraj Chetri

Address

Paltan Bazar

Telephone

+919854962150

Website

Alerts

Be the first to know and let us send you an email when Joyraj Chetri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category