19/08/2026
বৰ্ণাত্যৰ এই কঠিন সময়ত সামান্য সহায়ৰ হাত আগবঢ়োৱাৰ এক আন্তৰিক প্ৰয়াস।
ভাৰতীয় জনতা পাৰ্টি, পাঠশালা মণ্ডলৰ তৰফৰ পৰা “মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি” লৈ মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ সহযোগত জিলা সভাপতি মুকুট কলিতা ডাঙৰীয়াৰ হাতত ১,০১,৯৬৪ টকাৰ এখন চেক আগবঢ়োৱা হয়।
আমাৰ এই সামান্য বৰঙণিয়ে বৰ্ণাত্যসকলৰ দুখ-দুৰ্দশাৰ মাজত কিছু হ’লেও সকাহ কঢ়িয়াই আনক, এয়াই আমাৰ আন্তৰিক কামনা।
মানুহৰ কাষত, দুৰ্যোগৰ সময়ত বিজেপি কৰ্মী সদায় আগবঢ়ি আহে।