27/11/2024
হাউলী জলজলী ২ নং ৱাৰ্ড নিবাসী হিৰক জ্যোতি দাস নামৰ ১৪ বছৰীয়া ল'ৰাজন এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰপেটা মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে। ল'ৰাজনৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন হোৱা বাবে পৰিয়ালে সদাশয় ৰাইজক আৰ্থিক সহায়ৰ বাবে কৰযোৰে অনুৰোধ জনাইছে