অসম ছাত্ৰ পৰিষদ - বজালী

অসম ছাত্ৰ পৰিষদ - বজালী অসমৰ ছাত্ৰ সমাজৰ বাবে চিৰদিন চিৰকাল নৱজাগৰনৰ বাবে ছাত্ৰ

Heartiest congratulations to Joytirmay Das for securing Rank 1 in HSLC, Assam. Your hard work, dedication, and determina...
10/04/2026

Heartiest congratulations to Joytirmay Das for securing Rank 1 in HSLC, Assam. Your hard work, dedication, and determination have brought great pride to your school and district. Wishing you a bright and successful future ahead! 🎉

02/04/2026




VOTE FOR - AGP
02/04/2026

VOTE FOR - AGP




08/03/2026

অসম গণ পৰিষদ - Asom Gana Parishad -AGP

✊❤️ জিন্দাবাদ

" সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে ,সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। "অসমৰ চিৰনমস্য গীতিকাৰ, নাট্যকাৰ, লেখক, ...
17/01/2026

" সুন্দৰে যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে ,
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে। "

অসমৰ চিৰনমস্য গীতিকাৰ, নাট্যকাৰ, লেখক, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা, অসমীয়া ভাষা-সাহিত্যৰ কবিতা-নাটক, প্ৰবন্ধ, সমালোচনা, শিশু-সাহিত্য আদি সকলো দিশতে বৰঙণি আগবঢ়োৱা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱক আজি স্মৃতি দিৱস তথা শিল্পী দিৱসৰ পৱিত্র ক্ষণত *অসম ছাত্ৰ পৰিষদ* বজালীৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

হে শিল্পী!তোমাক প্ৰণাম 🙏🏻

অসম ছাত্ৰ পৰিষদ - বজালী ৰ ফালৰ পৰা গণ শিল্পী ৰাজিব শদিয়া দেৱ'ৰ প্ৰথম  মৃত্যুবাৰ্ষিকীত তেওঁক সতকৌতি প্ৰনাম জনাইছোঁ‌ 🙏
13/01/2026

অসম ছাত্ৰ পৰিষদ - বজালী ৰ ফালৰ পৰা গণ শিল্পী ৰাজিব শদিয়া দেৱ'ৰ প্ৰথম মৃত্যুবাৰ্ষিকীত তেওঁক সতকৌতি প্ৰনাম জনাইছোঁ‌ 🙏

অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বজালী বিধান সভা সমষ্টি সমিতিৰ সহযোগত "পশ্চিম অসম মাণ্ডলিক সভা" পাঠশালা
08/01/2026

অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বজালী বিধান সভা সমষ্টি সমিতিৰ সহযোগত
"পশ্চিম অসম মাণ্ডলিক সভা" পাঠশালা

08/01/2026
অসম ছাত্ৰ পৰিষদ বজালী জিলাৰ সমিতিৰ  সভাপতিৰ দায়িত্ব কুলদ্বিপ কলিতাক অৰ্পন কৰা হয় ।আশাকৰোঁ আপোনাৰ নেতৃত্বত অসম ছাত্ৰ পৰিষ...
02/01/2026

অসম ছাত্ৰ পৰিষদ বজালী জিলাৰ সমিতিৰ সভাপতিৰ দায়িত্ব কুলদ্বিপ কলিতাক অৰ্পন কৰা হয় ।
আশাকৰোঁ আপোনাৰ নেতৃত্বত অসম ছাত্ৰ পৰিষদ বজালী জিলা সমতিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হ'ব ।


- অসম ছাত্ৰ পৰিষদ বজালী জিলা

✨ 𝐇𝐚𝐩𝐩𝐲 𝐍𝐞𝐰 𝐘𝐞𝐚𝐫 𝟐𝟎𝟐𝟔 ✨Warm greetings and heartfelt wishes from ACP, Bajali District to all the citizens of our beautifu...
31/12/2025

✨ 𝐇𝐚𝐩𝐩𝐲 𝐍𝐞𝐰 𝐘𝐞𝐚𝐫 𝟐𝟎𝟐𝟔 ✨
Warm greetings and heartfelt wishes from ACP, Bajali District to all the citizens of our beautiful district.
As we step into a new year filled with hope and possibilities, I extend my sincere gratitude to the people of Bajali for their continuous support, cooperation, and trust in the police administration. Your unity, discipline, and awareness have played a vital role in maintaining peace and harmony across the district.
May this year bring prosperity, good health, and happiness to every family. Let us continue to uphold the values of responsibility, mutual respect, and community spirit. Together, we can build a safer, stronger, and more progressive Bajali.
On behalf of the entire police force, I assure you of our unwavering commitment to your safety and well-being. We will continue to work tirelessly to serve and protect every citizen with dedication, integrity, and compassion.
Wishing everyone a peaceful, prosperous, and joyful New Year 2026!
Stay safe, stay responsible, and keep supporting the efforts toward a better tomorrow. 🙏✨🎉

Address

বজালী
Pathsala
781325

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ - বজালী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share