Kanaksen Deka

Kanaksen Deka Tangla, Udalguri

24/08/2023

আহি আছে যতীন বৰাৰ ৰাঘৱ।

নতুন অসমীয়া ছবি ৰাঘৱ চাবলৈ সাজু নে আপোনালোক?

অসমীয়া ছবিৰ জয় যাত্রাৰ অংশীদাৰ হও আহক। ছবি ঘৰলৈ আহক সকলোঁ।

14/08/2023
📌 অসমত পাম অইলৰ খেতিয়ে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিব।📍মিজোৰামত উভালি পেলোৱা হৈছে সকলো গছ। 📌শ্ৰীলংকা, ইণ্ডোনিছিয়াত ইতিমধ্যে ন...
14/08/2023

📌 অসমত পাম অইলৰ খেতিয়ে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিব।
📍মিজোৰামত উভালি পেলোৱা হৈছে সকলো গছ।
📌শ্ৰীলংকা, ইণ্ডোনিছিয়াত ইতিমধ্যে নিষিদ্ধ কৰিছে পাম অইলৰ খেতি!
📍 অৰণ্য মানৱ "যাদৱ পায়েঙ" ৰ আহ্বান বন্ধ কৰক পাম অইলৰ খেতি অসমত।

মই হেৰুৱা নাছিলোঁ সকলো!অলপ আছিল সুখ!মেঘ ছন্ন আকাশৰ কোনোবা কোণতচিনাকিৰ অজুহাতৰ ক্ষণ গণি গণিসিও লুপ্ত হল কল্পনাৰ যন্ত্ৰনা ...
12/08/2023

মই হেৰুৱা নাছিলোঁ সকলো!
অলপ আছিল সুখ!
মেঘ ছন্ন আকাশৰ কোনোবা কোণত
চিনাকিৰ অজুহাতৰ ক্ষণ গণি গণি
সিও লুপ্ত হল কল্পনাৰ যন্ত্ৰনা গধুৰ নিশা

"টংলা বিধান সভা সমষ্টি" আদঁৰণি জনালোঁ। ওদালগুৰি জিলাৰ শৈক্ষিক, সাংস্কৃতিক আৰু বাণিজ্যিক নগৰী হিচাপে পৰিচিত টংলাই আৰু এটা...
11/08/2023

"টংলা বিধান সভা সমষ্টি" আদঁৰণি জনালোঁ। ওদালগুৰি জিলাৰ শৈক্ষিক, সাংস্কৃতিক আৰু বাণিজ্যিক নগৰী হিচাপে পৰিচিত টংলাই আৰু এটা নতুনকৈ নাম হৈ পৰিল টংলা বিধান সভা, ভাল লাগিল।

সহজ সৰল ভাষাৰে বিজ্ঞানক মানুহৰ মাজত বুজাবলৈ যত্ন কৰা মানুহ জন হঠাৎ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে শ্ৰদ্ধাৰ ড° প্ৰণৱজ্যোতি চ...
10/08/2023

সহজ সৰল ভাষাৰে বিজ্ঞানক মানুহৰ মাজত বুজাবলৈ যত্ন কৰা মানুহ জন হঠাৎ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে শ্ৰদ্ধাৰ ড° প্ৰণৱজ্যোতি চেতিয়া ছাৰ।

সঁচাকৈ বহুত দুঃখ লাগিছে। আত্মাৰ শান্তি কামনা কৰিলোঁ।

এয়াই আছিল বিজেপীৰ পৰিবৰ্তন।
05/08/2023

এয়াই আছিল বিজেপীৰ পৰিবৰ্তন।

Address

Tangla
Ramtek
785423

Website

Alerts

Be the first to know and let us send you an email when Kanaksen Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kanaksen Deka:

Share

Category