20/02/2026
আমাৰ ৰাজ্যৰ প্রতিটো অংকুৰিত ভৱিষ্যতৰ বাবে উন্নত সুবিধাৰে আধুনিক আন্ত:গাঁথনিৰে আমি নির্মাণ কৰি আছোঁ অংগনৱাড়ী কেন্দ্রসমূহ। আৰু সেই কেন্দ্ৰসমূহত আমাৰ শিশু সন্তানসকলক লালন-পালন কৰাৰ বাবে নিয়োজিত কৰিছোঁ শ্ৰদ্ধাৰ কৰ্মী-সহায়িকাসকলক৷ তেওঁলোকৰ সুচল জীৱন-ধাৰণৰ বাবে আমি দায়বদ্ধতাৰে কাম কৰিছোঁ৷ আমাৰ চৰকাৰৰ দ্বাৰা এতিয়া লাভান্বিত হৈছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকল৷
Supporting the hands that shape our children’s first lessons.
Financial aid of ₹4L, ₹3L & ₹2L for Anganwadi workers and helpers is reaching 7,973 Anganwadi Baideos across Assam, honouring their dedication and contribution.