Subhit Kumar kalita BJYM

Subhit Kumar kalita BJYM যুৱ শক্তি ৰাষ্ট্ৰঃ শক্তি ।।

09/07/2024
09/02/2023

ইউক্ৰেন আৰু ৰাছিয়াৰ যুদ্ধৰ সময়ত ভাৰতীয় পতাকা খনে দেখুৱাই দিছিল আমি ভাৰতীয় সকলৰ শক্তি ।
মোডী ডাঙৰীয়াৰ বাবেই আজি ভাৰতবৰ্ষই বিশ্ব মানচিত্রত এক শক্তিশালী ৰাষ্ট্ৰঃ হিচাপে পৰিগণিত হব পৰিছে ।

31/12/2022

ৰঙিয়া মহকুমাক সদৰ হিচাপে লৈ কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়টো ৰঙিয়াত স্থাপন কৰিব লাগে ।
Himanta Biswa Sarma
Bhabesh Kalita
Dilip Saikia Bjp Nalbari

এদিন জগত জিনাৰ মন .............
26/12/2022

এদিন জগত জিনাৰ মন .............

13/12/2022
যি সকল শিক্ষকৰ আশীষ লৈ আজি এজন মানুহ হবলৈ শিকিছোঁ সেই পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু সকলোলৈ সেৱা আগবঢ়ায় তেওঁলোকলৈ শিক্ষক দিৱসৰ ...
05/09/2022

যি সকল শিক্ষকৰ আশীষ লৈ আজি এজন মানুহ হবলৈ শিকিছোঁ সেই পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু সকলোলৈ সেৱা আগবঢ়ায় তেওঁলোকলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।

01/09/2022

জয় শ্ৰী ৰাম ।

সকলোলৈ গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । ❤️
31/08/2022

সকলোলৈ গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । ❤️

জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আজি পুণ্য তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ🙏 জয় জগতগ...
29/08/2022

জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আজি পুণ্য তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ🙏
জয় জগতগুৰু শংকৰ ।

Address

Rangia

Telephone

+919101768179

Website

Alerts

Be the first to know and let us send you an email when Subhit Kumar kalita BJYM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Subhit Kumar kalita BJYM:

Share