10/01/2022
#আজি ভাৰতীয় জনতা পার্টি ,অনুসূচিত জাতি মৰ্চা, তামুলপুৰ জিলাৰ প্ৰথমখন #কাৰ্য্যনিৰ্বাহকসভা" শ্ৰদ্ধাৰ #গজেন দাস ডাঙৰীয়াৰ সভাপতিত্বত শুক্লাই চেৰফাং মণ্ডলৰ অন্তৰ্গত #সুৱাগপুৰৰ ঔবাৰী VCDC কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা তামুলপুৰ জিলা অনুসূচিত জাতি মৰ্চাৰ প্ৰভাৰী শ্ৰদ্ধাৰ #মহেন্দ্ৰ _হাজৰিকা ডাঙৰীয়া, সহ প্ৰভাৰী #ভাস্কৰ তালুকদাৰ ডাঙৰীয়া, অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শ্ৰদ্ধাৰ #ৰঞ্জিত কুমাৰ বিশ্বাস ডাঙৰীয়া,বিটিআৰৰ MCLA #হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া, তামুলপুৰ জিলা বিজেপিৰ সভাপতি শ্ৰদ্ধাৰ #ভিক্টৰ দাস ডাঙৰীয়া,উপ সভাপতি #জীণাৰাম বড়ো ডাঙৰীয়া,সাধাৰণ সম্পাদক #কৰণ ছেত্রী ডাঙৰীয়া,মণ্ডল সভাপতি ক্ৰমে #ৰাম বাস্তোলা ডাঙৰীয়া(নাগ্ৰিজুলি), ছত্ৰ সিং চৌধুৰী ডাঙৰীয়া (শুক্লাই চেৰফাং), সত্যজিৎ পাঠক ডাঙৰীয়া (দৰঙ্গাজুলী), ভাৰতীয় জনতা যুব মৰ্চা, তামুলপুৰ জিলাৰ সভাপতি শ্ৰদ্ধাৰ #ৰমেশ কাৰ্ণেল ডাঙৰীয়া, আমন্ত্রিত সদস্য #শেষ প্ৰসাদ লুইটেল ডাঙৰীয়া, সংশ্লিষ্ট জিলাৰ বিভিন্ন মৰ্চাৰ শ্ৰদ্ধাৰ বিষয়ববীয়া সকল তথা অনুসূচিত জাতি মৰ্চা তামুলপুৰ জিলাৰ শ্ৰদ্ধাৰ বিষয়ববীয়া সকল, কাৰ্য্যনিৰ্বাহক সদস্য সকল।
উক্ত সভাত VC ৰ জৰিয়তে মাৰ্গ দৰ্শন কৰে অসম চৰকাৰৰ সন্মানীয় মন্ত্রী যুব নেতা শ্ৰদ্ধাৰ #পীযূষ হাজৰিকা ডাঙৰীয়া, অসম প্ৰদেশ, বিজেপিৰ উপ সভাপতি তথা অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ প্ৰভাৰী শ্ৰদ্ধাৰ #জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ #ফনীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া, অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভানেত্রী শ্ৰদ্বেয়া #মুন স্বৰ্ণকাৰ ডাঙৰীয়ানীয়ে।
.
.