SFI, Rangia

SFI, Rangia Change the world ! Change your education system! Change your self! Long live workers' peasants students' unity!

৫০ শতাংশ disscount নহয় সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাৱীত আজি ৰঙিয়া মহাবিদ্যালয় প্ৰাঙ্গণত ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুক...
02/09/2026

৫০ শতাংশ disscount নহয় সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাৱীত আজি ৰঙিয়া মহাবিদ্যালয় প্ৰাঙ্গণত ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ SFI ৰঙিয়া মহাবিদ্যালয় শাখা আৰু ৰঙিয়া আঞ্চলিক কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।

01/09/2026
পৰিকল্পিতভাৱে শিক্ষাক্ষেত্ৰত নমাই অনা হৈছে আক্ৰমণ।৭০ শতাংশ উপস্থিতি নথকা আৰু বেক থকা ছাত্ৰ-ছাত্ৰী সকলৰ বিনামূলীয়া নামভৰ...
25/08/2026

পৰিকল্পিতভাৱে শিক্ষাক্ষেত্ৰত নমাই অনা হৈছে আক্ৰমণ।৭০ শতাংশ উপস্থিতি নথকা আৰু বেক থকা ছাত্ৰ-ছাত্ৰী সকলৰ বিনামূলীয়া নামভৰ্তি কৰ্তন কৰা হৈছে।৫০শতাংশ discount ৰ দৰে কথা-বতৰাৰে বজাৰৰ পণ্যৰ সমপৰ্যায়ৰ কৰিব বিচৰা হৈছে শিক্ষাক। ৰাজহুৱা শিক্ষাৰ ওপৰত হোৱা এই আক্ৰমণে দিনক দিনক দিনে তীব্ৰতা লৈছে। শিক্ষাৰ ওপৰত হোৱা এই আঘাতৰ প্ৰত্যাঘাত ফিৰিয়াই দিয়াৰ স্বাৰ্থত আজি আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ তৰফৰ পৰা ৰঙিয়া মহাবিদ্যালয়ত আমাৰ দাৱী সম্বলিত লিফলেট বিতৰণৰ কৰো।

আজি ৰঙিয়াৰ ধুহিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।
23/08/2026

আজি ৰঙিয়াৰ ধুহিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) কামৰূপ জিলা কমিটীৰ আহ্বানত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

"মই বিচাৰিছো হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা,শীতৰ শেষত ফাগুন অহাৰ যিহে আনিব আশা"৭০ শতাংশ উপস্থিতি আৰু বেক থকাৰ পিছতো বিনামূল...
17/08/2026

"মই বিচাৰিছো হেজাৰ ওঠত তীখা তীক্ষ্ণ ভাষা,শীতৰ শেষত ফাগুন অহাৰ যিহে আনিব আশা"

৭০ শতাংশ উপস্থিতি আৰু বেক থকাৰ পিছতো বিনামূলীয়া নামভৰ্তি বাহাল ৰখাৰ দাৱীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) অসম ৰাজ্যিক কমিটীৰ উদ্যোগত কাহিলীপাৰা স্থিত DHE ঘেৰাও অভিযান

16/08/2026
ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) বৰডেকপাৰ শাখা কমিটীৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটীৰ স...
15/08/2026

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(DYFI) বৰডেকপাৰ শাখা কমিটীৰ উদ্যোগত আৰু কামৰূপ জিলা কমিটীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ তৰফৰ স্বাধীনতা দিৱসৰ সমূহ ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
15/08/2026

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ তৰফৰ স্বাধীনতা দিৱসৰ সমূহ ভাৰতবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি সমগ্ৰ দেশৰ লগত কামৰূপ জিলাৰ ৰঙিয়া আৰু আমিনগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকক সামাজিক সুৰক্ষা প্ৰ...
11/08/2026

আজি সমগ্ৰ দেশৰ লগত কামৰূপ জিলাৰ ৰঙিয়া আৰু আমিনগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকক সামাজিক সুৰক্ষা প্ৰদান, বহু বিতৰ্কিত শ্ৰমিক কোড প্ৰত্যাহাৰ, বানাক্ৰান্তক উপযুক্ত সাহায্য প্ৰদান,ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা, নিবনুৱা সমস্যা সমাধান, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য দিয়া,মাটিৰ পট্টা প্ৰদান কৰা,অসংগঠিত শ্ৰমিকৰ নিম্নতম মজুৰি নিৰ্ধাৰণ কৰা আদিৰ দাবীত ৰঙিয়া চহৰত আৰু আমিনগাঁৱত CITU,কৃষক সভা, কৃষি শ্ৰমিক ইউনিয়ন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ আদি সংগঠনৰ আহ্বানত বিশাল জেল ভৰো আন্দোলন গঢ়ি তোলা হয়।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰ কামৰূপ জিলা কমিটীৰ উদ্যোগত জুলাই মাহত কামৰূপ জিলাৰ ৰঙিয়া আৰু হাজোৰ বিভিন্ন অঞ্চলত গ্ৰুপ সভ...
03/08/2026

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰ কামৰূপ জিলা কমিটীৰ উদ্যোগত জুলাই মাহত কামৰূপ জিলাৰ ৰঙিয়া আৰু হাজোৰ বিভিন্ন অঞ্চলত গ্ৰুপ সভা অনুষ্ঠিত কৰা হয়।

Address

Rangia, Kamrup
Rangia
1234

Telephone

+18486234028

Website

Alerts

Be the first to know and let us send you an email when SFI, Rangia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share