05/11/2025
আজি 5/11/2025 ইং তাৰিখ বুধবাৰে আমাৰ নলবাৰী ত এক বিশেষ আলোচনা কৰাৰ মূহুৰ্তত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয়, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় জিলা সভাপতি জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়া,নলবাৰী জিলাৰ সন্মানীয় আয়ুক্ত নিবেদন দাস ডাঙৰীয়া, জিলা আৰক্ষী অধীক্ষক সন্মানীয়, বিবেকানন্দ দাস ডাঙৰীয়া,দেৱক লগ পোৱাৰ বাবে সুযোগ পাও।
এই চেগতে আতাইলৈ মোৰ ফালৰ পৰা ৰাস মহোৎসৱ আন্তৰিক অভিনন্দন জনালো।