Rangia Co-District Administration

Rangia Co-District Administration Official page of Co-District Commissioner, Rangia.

আজি ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বিৰদত্ত ভৱনত এক গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন...
27/02/2026

আজি ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বিৰদত্ত ভৱনত এক গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ৰঙিয়া বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া আৰু ৰঙিয়াৰ সন্মানীয় সমজিলা আয়ুক্ত শ্ৰীযুত দেৱাশিষ গোস্বামী (অ.অ.সে) ডাঙৰীয়া উপস্থিত থাকি ৰাজ্যজুৰি খিলঞ্জীয়া ভূমিহীন পৰিয়াল তথা বিভিন্ন প্ৰতিষ্ঠানসমূহৰ সুৰক্ষিত ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ডিজিটেল পট্টা আৰু আবণ্টন/বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল বহু বছৰ ধৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থকা খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক আইনসম্মত আৰু স্থায়ী অধিকাৰ প্ৰদান কৰা, যাতে তেওঁলোকে সামাজিক আৰু আৰ্থিকভাৱে অধিক সুৰক্ষিত জীৱন-যাপন কৰিব পাৰে। ডিজিটেল পট্টা প্ৰদান প্ৰক্ৰিয়াই প্ৰশাসনিক স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে ভূমি সম্পৰ্কীয় জটিলতা আৰু অনিয়ম হ্ৰাস কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

CMO Assam Directorate of Information and Public Relations, Assam Janasanyog, Kamrup Janasanyog, Rangia

DISTRIBUTION OF FOOTBALLS UNDER F4S PROGRAMMEToday, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia, dist...
16/02/2026

DISTRIBUTION OF FOOTBALLS UNDER F4S PROGRAMME

Today, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia, distributed footballs to nearby students under the Football for Schools (F4S) programme, an ambitious initiative run by FIFA in collaboration with UNESCO and the Ministry of Education, GoI to advance grassroots sports development across India.

The programme was held at JNV Rangia, Kamrup in the presence of the Principal and other teaching staff of the Vidyalaya.

CMO Assam Directorate of Information and Public Relations, Assam Janasanyog, Kamrup Janasanyog, Rangia

অসমৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অসম চৰকাৰে পী. এম. ডিভাইন আঁচনিৰ অধীনত আদর্শ বিদ...
02/02/2026

অসমৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অসম চৰকাৰে পী. এম. ডিভাইন আঁচনিৰ অধীনত আদর্শ বিদ্যালয়লৈ উন্নীতকৰণ কৰিছে। ইয়াৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় আঁচনিৰ আর্হিত প্রায় ২,০০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ আসনৰ ব্যৱস্থাৰে আটকধুনীয়াকৈ দুমহলীয়া বিদ্যালয়গৃহটি নির্মাণ কৰি তুলিছে। সমাগত শিক্ষাবর্ষ ২০২৬-ৰ পৰা ব্যৱহাৰ কৰিব পৰাকৈ গৃহটি আজি অসমৰ মুখ্যমন্ত্রী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে সোণাপুৰৰ পৰা ভার্চুৱেলী শুভ উন্মোচন কৰে। তদুপলক্ষ্যে বিদ্যালয় প্রাংগণত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী আদি। এই বিদ্যালয়গৃহৰ নিৰ্মাণে অঞ্চলটিৰ শিক্ষাৰ দিশত অনাগত দিনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

28/01/2026

Glimpses of the 77th Republic Day 2026 celebrations by the Rangia Co-District Administration.

CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog, Kamrup
Janasanyog, Rangia

UNFURLING OF THE TRICOLOUR 🇮🇳 To begin the ceremonial celebrations of the 77th Republic Day 2026, Shri Debashis Goswami,...
26/01/2026

UNFURLING OF THE TRICOLOUR 🇮🇳

To begin the ceremonial celebrations of the 77th Republic Day 2026, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia inspected the parade, followed by the unfurling of the National Flag.

The unfurling of the Tricolour took place in the presence of Heads of Departments, army and SSB officials, senior and leading citizens and the public.

CMO Assam Directorate of Information and Public Relations, Assam Janasanyog, Kamrup Janasanyog, Rangia

FLORAL TRIBUTES TO MAHATMA GANDHIOn the 77th Republic Day 2026, Shri Debashis Goswami, ACS, Co-District Commissioner of ...
26/01/2026

FLORAL TRIBUTES TO MAHATMA GANDHI

On the 77th Republic Day 2026, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia paid floral tributes to the Father of the Nation, Mahatma Gandhi, and the martyrs of India’s freedom struggle at Gandhi Mandap in Rangia.

He was accompanied by the Co-District Superintendent of Police, Rangia; the Chairman and Vice Chairman of RMB and senior citizens of Rangia.

CMO Assam Directorate of Information and Public Relations, Assam Janasanyog, Kamrup Janasanyog, Rangia

ৰঙিয়া সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ২৬ জানুৱাৰী ২০২৬ তাৰিখে পুৱা ৮ বজাৰ পৰা বাৰ্মিছ ফিল্ডত অনুষ্ঠিত হ’ব লগীয়া ৭৭তম গণতন্ত্ৰ...
25/01/2026

ৰঙিয়া সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ২৬ জানুৱাৰী ২০২৬ তাৰিখে পুৱা ৮ বজাৰ পৰা বাৰ্মিছ ফিল্ডত অনুষ্ঠিত হ’ব লগীয়া ৭৭তম গণতন্ত্ৰ দিৱসৰ ৰাজহুৱা অনুষ্ঠানত ত্ৰিৰঙা পতাকা উত্তোলনত তথা সকলো আনুষ্ঠানিক কাৰ্যসূচী উপভোগ কৰিবলৈ সকলোকে আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ’ল।

The Co-District Administration, Rangia cordially invites everyone to witness the ceremonial celebrations of the 77th Republic Day 2026, including the unfurling of the Tricolour, on 26 January 2026 at Burmese Field from 8 AM onwards.

PREPARATION OF 77th REPUBLIC DAY 2026Today, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia, along with o...
24/01/2026

PREPARATION OF 77th REPUBLIC DAY 2026

Today, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia, along with other officials, inspected the march past and preparations for the upcoming 77th ceremonial Republic Day celebration at Burmese Field in Rangia.

The enthusiasm among the march past contingents was palpable, with participants displaying remarkable discipline, synchronized movements and unwavering spirit.

CO-DISTRICT LEVEL COMPETITIONSTo celebrate the spirit of the Republic Day 2026, quiz, debate and group dance competition...
22/01/2026

CO-DISTRICT LEVEL COMPETITIONS

To celebrate the spirit of the Republic Day 2026, quiz, debate and group dance competitions were held among the school students at Haradutta Biradutta Bhawan in Rangia today. The events saw huge participation and the winners will receive awards during the Republic Day 2026 ceremonial celebration at Burmese Field.

CMO Assam Directorate of Information and Public Relations, Assam

আজি ৰঙিয়া সমজিলা কাৰ্যালয়ৰ সভাকক্ষত সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীৰ অধ্যক্ষতাত সমাগত ৭৭সংখ্যক গণৰাজ্য দিৱস সম্পৰ্কীয় এখন...
05/01/2026

আজি ৰঙিয়া সমজিলা কাৰ্যালয়ৰ সভাকক্ষত সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামীৰ অধ্যক্ষতাত সমাগত ৭৭সংখ্যক গণৰাজ্য দিৱস সম্পৰ্কীয় এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো সমাগত গণৰাজ্য দিৱস ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত অনুষ্ঠিত হ'ব। অনুষ্ঠানটো যাতে সুকলমে আৰু সুশৃংখলভাৱে অনুষ্ঠিত হয়, তালৈ লক্ষ্য ৰাখি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক সমজিলা আয়ুক্তগৰাকীয়ে নিজৰ নিজৰ দায়িত্বসমূহ সোঁৱৰাই দিয়ে। অহা ১৯ জানুৱাৰীৰ পৰা বাৰ্মিজ ফিল্ডত মাৰ্চপাছৰ অনুশীলন কৰা হ'ব। সভাত সমজিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে বিভিন্ন প্ৰতিযোগিতাৰ উপৰি "কিতাপৰ বৰ্ষ"-ৰ লগত সংগতি ৰাখি ১৯-ৰ পৰা ২৯ জানুৱাৰী, ২০২৬-ৰ ভিতৰত ৰঙিয়াত এখন গ্ৰন্থমেলা আৰু গণৰাজ্য দিৱস সম্পৰ্কীয় এখন আলোচনাচক্ৰ‌ও অনুষ্ঠিত কৰা হ'ব। আজিৰ সভাখনত সহকাৰী আয়ুক্ত জিলজিলি থাওছেন, ৱাহিদুজ জামান, অনুপম বড়োৰ উপৰি আৰ্মী, এছ এছ বি, আৰক্ষী তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ লগতে জ্যেষ্ঠ নাগৰিক আদি উপস্থিত থাকে।

CMO Assam Directorate of Information and Public Relations, Assam District Administration Kamrup Janasanyog, Kamrup Janasanyog, Rangia

CO-DISTRICT DEVELOPMENT COMMITTEE MEETINGThe January Co-District Development Committee meeting was chaired by Smt. Jilji...
05/01/2026

CO-DISTRICT DEVELOPMENT COMMITTEE MEETING

The January Co-District Development Committee meeting was chaired by Smt. Jiljily Thaosen, ACS, Assistant Commissioner, along with the Assistant Commissioner of Rangia and various Heads of Departments under Rangia Co-District. She reviewed various ongoing projects across departments.

CMO Assam Directorate of Information and Public Relations, Assam District Administration Kamrup Janasanyog, Kamrup Janasanyog, Rangia

REVIEW MEETING ON AMRUT 2.0Today, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia chaired a meeting on is...
30/12/2025

REVIEW MEETING ON AMRUT 2.0

Today, Shri Debashis Goswami, ACS, Co-District Commissioner of Rangia chaired a meeting on issues pertaining to the pipe laying for the Water Supply Project in Rangia under AMRUT 2.0. The meeting was attended by the Chairman, RMB; the Circle Officer, Rangia; the Executive Engineer, PWD(R), Rangia and other officials.

In the meeting, it was decided that the roads where pipes have been laid should be restored as soon as possible, housing connections should be completed in the next few days and no inconvenience should be caused to the public.

CMO Assam Directorate of Information and Public Relations, Assam District Administration Kamrup Janasanyog, Rangia Janasanyog, Kamrup

Address

Rangia
781354

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Rangia Co-District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share