19/08/2026
শদিয়া: আজি ইং - ১৯/০৮/২৬ তাৰিখে শদিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেকষাগৃহত কৃষি বিভাগৰ ডিজিটেল শস্য জৰীপ (Digital Crop Survey- DCS) ৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
Tinsukia District Administration
Janasanyog-Sadiya