10/11/2025
আজি ৰাজগড় মণ্ডলৰ অন্তৰ্গত শান্তুিপুৰ পঞ্চায়তত ২৯ আৰু ৩০নং বুথত বুথ সবলীকৰন কৰা হয়।সভাত উপস্থিত থাকে মণ্ডল সভাপতি চন্দন গগৈ ডাঙৰীয়া,সম্পাদক কমল শৰ্মাৰ ,শক্তিকেন্দ্ৰৰ আহ্বায়ক লগতে যুৱমৰ্চাৰ কাৰ্য কৰ্তা লগতে বুথৰ কাৰ্যকৰ্তা সকলে সহযোগিতা আগবঢ়ায়।