Sarthebari Electrical Sub Division, APDCL

Sarthebari Electrical Sub Division, APDCL Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sarthebari Electrical Sub Division, APDCL, Public & Government Service, Saralpara.

25/02/2026
সৰ্থেবাৰী বৈদ্যুতিক উপ সংমণ্ডলৰ তৰফৰ পৰা আপোনালোকক জনাবলৈ পায় অতি আনন্দিত যে বহু দিনীয়া প্ৰচেষ্টাৰ ফলত আজি ০১/০৯/২০২৫ তা...
01/09/2025

সৰ্থেবাৰী বৈদ্যুতিক উপ সংমণ্ডলৰ তৰফৰ পৰা আপোনালোকক জনাবলৈ পায় অতি আনন্দিত যে বহু দিনীয়া প্ৰচেষ্টাৰ ফলত আজি ০১/০৯/২০২৫ তাৰিখে আমাৰ নতুন ৩৩/১১ কি: ভ: গহিয়া বৈদ্যুতিক CONTROL ROOM টো বৰপেটা ১৩২/৩৩ কি: ভ: GRID SUB STATION ৰ লগত সংযোগ কৰি সফল ভাৱে CHARGE কৰা হয়। ইয়াৰ দ্বাৰা হাঁহচৰা , বেলবাৰী, নেউলাৰভিঠা আৰু ৰাধাকুচি ফিদাৰৰ বিদ্যুত গ্ৰাহকক প্ৰায় ১০/১৫ দিনৰ ভিতৰত আগতকৈ উন্নত বিদ্যুত সেৱা যোগান ধৰিব পৰা হব। আগলৈ আপোনালোকৰ সহায় সহযগিতা কামনা কৰিলো।। ধন্যবাদ।।
।। সৰ্থেবাৰী বৈদ্যুতিক উপ সংমণ্ডল।।

08/07/2025

আজি ইং(০৮/০৭/২০২৫) তাৰিখে টাউন ফিডাৰ-২ সফলতাৰে চাৰ্জ কৰি কাৰ্যক্ষম কৰি তোলা হয় , যিটো বৰ্তমানৰ টাউন ফিডাৰৰ পৰা দুভাগ কৰা হয়। এই নতুন ফিডাৰটো লোড মেনেজমেণ্ট উন্নত কৰাৰ বাবে আৰু অধিক নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে। ফিডাৰটোৱে বটিয়া, লোখোপুৰ, কালাটোলি আদি অঞ্চলসমূহলৈ বিদ্যুত শক্তি যোগান ধৰিব।

উক্ত ফিডাৰ বিভাজনৰ ফলত বৰ্তমানৰ টাউন ফিডাৰৰ ওপৰত বোজা হ্ৰাস পাব আৰু গ্ৰাহকৰ বাবে সামগ্ৰিক যোগানৰ মান উন্নত হ’ব বুলি আশা কৰা হৈছে। ধন্যবাদ।

14/06/2025

It is for information of all the valued consumers that tomorrow ie on 15-06-2025 , the Sarthebari 11 KV HAHCHARA FEEDER will be under shutdown wef 5.00 am to 7:00 am due construction of new 11kv line for Gahia control room . Inconvenience caused is deeply regretted.

14/06/2025

It is for information of all the valued consumers that tomorrow ie on 15-06-2025 , the Sarthebari 11 KV town feeder will be under shutdown wef 5.00 am to 10:00 am due road widening work of PWD(R). Inconvenience caused is deeply regretted.

02/06/2025

Spotted a downed wire? Step back, not forward—let APDCL handle the danger.

Your Safety is in Your Hands.

30/05/2025

সৰ্থেবাৰী বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত সন্মানীয় উপভোক্তা সকলক জনোৱা হয় যে বৰষুণ আৰু ধুমুহাৰ ফলত আপোনাৰ আশে পাশে যদি বৈদ্যুতিক খুটা বা তাৰ মাটিত পৰি থকা দেখা পাই , তাৎক্ষণিক ভাবে আপোনালোকে তলত দিয়া নম্বৰ সমূহৰ লগত যোগাযোগ কৰি খবৰ দি আপোনাৰ লগতে আন মানুহ নাইবা জীৱ জন্তু সকলোকে নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে যেন। ধুমুহা বৰষুণৰ সময়ত সদায় সাৱধান হওক।
যিকোনো আপদকালিন পৰিস্থিতিৰ সন্মুখীন হলে 1912 ত ফোন কৰিব অথবা বিভাগীয় কন্ত্ৰল ৰোম তথা কম্প্লৈন নম্বৰ ত ফোন কৰিব।
কণ্ট্ৰল ৰুম -7896050429
-7896050399

16/02/2025

It is hereby informed to all valuable consumers that newly constructed 11 KV Radhakuchi feeder from Nagaon 33/11KV sub-station is charged today ie on 16/02/2025. This will improve the power position to these areas UNNABARI, RADHAKUCHI, DOKONIA, BARAMARA, KHARUAPARA, UTTAR KHARUAPARA PANICHILA, MOUKHULI CHIKARBHITHA.

07/12/2024

It is for information of all the valued consumers that tomorrow ie on 08-12-2024 , the Belbari 11 KV feeder will be under shutdown wef 7.00 am to 9.00 am due to jungle cutting. Inconvenience caused is deeply regretted.

06/12/2024

It is for information of all the valued consumers that tomorrow ie on 07-12-2024 , the Sarthebari 11 KV town feeder will be under shutdown wef 5.00 am to 8.30 am due road widening work of PWD(R). Inconvenience caused is deeply regretted.

21/09/2024

This is a general information to all our valuable consumer that tomorrow on dated (22:09:2024) from 5.00AM to 8:00AM Gomurah to Baita and Lakhapur portion under Sarthebari Town feeder will remain shutdown due to Road Shifting work under Sarthebari.
Inconvenience is deeply regretted.

19/06/2024

Address

Saralpara

Telephone

+917896050429

Website

Alerts

Be the first to know and let us send you an email when Sarthebari Electrical Sub Division, APDCL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share