Gaurisagar Electrical Sub division, APDCL Gaurisagar

Gaurisagar Electrical Sub division, APDCL Gaurisagar Hello Everyone,

This page has been created to communicate about various activities with the consumers under Gaurisagar Electrical Sub-Division.

Happy faces. After charging of 33 KV Teok Janji line constructed under NERPSIP on 20/06/2022. Now onwards 33/11 KV subst...
21/06/2022

Happy faces. After charging of 33 KV Teok Janji line constructed under NERPSIP on 20/06/2022. Now onwards 33/11 KV substations of Gaurisagar ESD will have two 33 KV sources.

কাইলৈ, ২০ জুন ২০২২ তাৰিখৰ পৰা টিয়ক ১৩২/৩৩ কেভি নিয়ন্ত্ৰণ কক্ষ আৰু জাঁজী ৩৩/১১ কেভি নিয়ন্ত্ৰণ কক্ষ সংযোগী ৩৩ কেভি লাইন...
19/06/2022

কাইলৈ, ২০ জুন ২০২২ তাৰিখৰ পৰা টিয়ক ১৩২/৩৩ কেভি নিয়ন্ত্ৰণ কক্ষ আৰু জাঁজী ৩৩/১১ কেভি নিয়ন্ত্ৰণ কক্ষ সংযোগী ৩৩ কেভি লাইনৰ বিদ্যুৎ প্ৰৱাহিত কৰোৱা হʼৱ । গতিকে সকলো ৰাইজক এই লাইনসমূহ স্পৰ্শ নকৰিবলৈ অনুৰোধ জনোৱা হʼল ।

ধুমুহাত জয়সাগৰৰ ওছৰত এডাল ডাল লাগি ৰংপুৰ গৌৰীসাগৰ ৩৩ কেভি লাইনৰ বিজুতি হয় । কাম কৰি থকা হৈছে । অসুবিধাৰ বাবে দুঃখিত ।
08/06/2022

ধুমুহাত জয়সাগৰৰ ওছৰত এডাল ডাল লাগি ৰংপুৰ গৌৰীসাগৰ ৩৩ কেভি লাইনৰ বিজুতি হয় । কাম কৰি থকা হৈছে । অসুবিধাৰ বাবে দুঃখিত ।

বিদ্যুৎ গ্ৰাহকৰ সুবিধাৰ্থে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আগবঢ়াইছে এক বিশেষ আকৰ্ষণীয় আচঁনি  ৷ মাননীয় গ্ৰাহক ৰাইজে ইয়...
07/02/2022

বিদ্যুৎ গ্ৰাহকৰ সুবিধাৰ্থে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আগবঢ়াইছে এক বিশেষ আকৰ্ষণীয় আচঁনি ৷ মাননীয় গ্ৰাহক ৰাইজে ইয়াৰ সুযোগ গ্ৰহণ কৰক ৷
(গৌৰীসাগৰ বৈদ্যুতিক উপ সংমণ্ডল )

30/10/2021

Cash counter of Gaurisagar Electrical Sub division, APDCL Gaurisagar will remain open on 31/10/2021, Sunday ( tomorrow).

৩১/১০/২০২১ তাৰিখ দেওবাৰে (কাইলৈ) গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ ৰাজহ সংগ্ৰহ কেন্দ্ৰ খোলা থাকিব।

15/10/2021

Cash counter of Gaurisagar Electrical Sub division, APDCL Gaurisagar will remain open on 16/10/2021 ( tomorrow)

১৬/১০/২০২১ তাৰিখে (কাইলৈ) গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ ৰাজহ সংগ্ৰহ কেন্দ্ৰ খোলা থাকিব।

02/10/2021

কাইলৈ 33কেভি লাইনৰ কৰিডৰ চাফা কৰিবলগীয়া কামৰ বাবে, 03-10-2021 তাৰিখ, দেওবাৰে পুৱা 06 বজাৰ পৰা পুৱা 09 বজালৈ গৌৰীসাগৰ আৰু জামুগুৰি নিয়ন্ত্ৰণ কক্ষৰ অধীনৰ ঠাই সমূহত বিদ্যুৎ যোগান ব্যাহত হʼব ।

অসুবিধাৰ বাবে দুঃখিত ।

চাৰিং গগৈআলিত এখন ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত হৈ ১১কেভি লাইনৰ সংলগ্নলৈ অহা বাবে ১১ কেভি চাৰিং ফিডাৰৰ বিদ্যুৎ যোগান ব্যাহত হৈ আছ...
19/07/2021

চাৰিং গগৈআলিত এখন ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত হৈ ১১কেভি লাইনৰ সংলগ্নলৈ অহা বাবে ১১ কেভি চাৰিং ফিডাৰৰ বিদ্যুৎ যোগান ব্যাহত হৈ আছে । উক্ত ট্ৰাকখন উদ্ধাৰ কৰা পৰ্যন্ত বিদ্যুৎ যোগান ব্যাহত হʼব।

02/07/2021
অসম চৰকাৰৰ সদ্দিচ্ছা ,বৰ্তমান স্থিতিৰ লগতে সন্মানীয় বিদ্যুৎ গ্ৰাহকৰ সহযোগিতাৰ বাবেই আজি  অসমৰ থলুৱা প্ৰতিষ্ঠানটি একখোজ আ...
02/07/2021

অসম চৰকাৰৰ সদ্দিচ্ছা ,বৰ্তমান স্থিতিৰ লগতে সন্মানীয় বিদ্যুৎ গ্ৰাহকৰ সহযোগিতাৰ বাবেই আজি অসমৰ থলুৱা প্ৰতিষ্ঠানটি একখোজ আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷

Address

Gaurisagar
Sibsagar
785664

Website

Alerts

Be the first to know and let us send you an email when Gaurisagar Electrical Sub division, APDCL Gaurisagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share