Bharatiya Janata Mohila Morcha, Sivasagar District

Bharatiya Janata Mohila Morcha, Sivasagar District Official page Of BJP Mohila Morcha SivasagarDistrict

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ নৱনিযুক্ত মাননীয়া ৰাষ্ট্ৰীয় সভানেত্ৰী শ্ৰীমতী Roopkumari Choudhary   ডাঙৰীয়ানীক ভাৰত...
18/08/2026

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ নৱনিযুক্ত মাননীয়া ৰাষ্ট্ৰীয় সভানেত্ৰী শ্ৰীমতী Roopkumari Choudhary ডাঙৰীয়ানীক ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🙏

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi
BJP Mahila Morcha Assam Pradesh
Bharatiya Janata Party (BJP)
Bitupon Raidongia
BJP Sivasagar District
Juli Pator
Bharatiya Janata Mohila Morcha, Sivasagar District

শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত আৰু জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইডঙীয়া ডাঙৰীয়া নেতৃত্বত দেওবাৰে বিয়লি জিলা কাৰ্যালয়ত অস...
22/06/2026

শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত আৰু জিলা বিজেপিৰ সভাপতি বিতুপন ৰাইডঙীয়া ডাঙৰীয়া নেতৃত্বত দেওবাৰে বিয়লি জিলা কাৰ্যালয়ত অসম চৰকাৰৰ নৱনিযুক্ত কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু বিধায়ক ময়ুৰ বৰগোহাঁই ডাঙৰীয়াৰ সম্বৰ্ধনা জনোৱা হয়।
Himanta Biswa Sarma
Dilip Saikia
Bitupon Raidongia
Sushanta Borgohain
Mayur Boorgohaain
BJP Mahila Morcha Assam Pradesh
Juli Pator

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি Dilip Saikia ডাঙৰীয়াক ঐতিহাসিক শিৱসাগৰ জিলালৈ উষ্ম আদৰণি জনাইছো 🙏BJP Assam ...
15/06/2026

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাজ্যিক সভাপতি Dilip Saikia ডাঙৰীয়াক ঐতিহাসিক শিৱসাগৰ জিলালৈ উষ্ম আদৰণি জনাইছো 🙏

BJP Assam Pradesh
Bitupon Raidongia
Juli Pator

ঐতহাসিক শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰা অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ব...
07/06/2026

ঐতহাসিক শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰা অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিমল বড়া ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা আন্তৰিক অভিন্দন ও শুভকামনা জ্ঞাপন কৰিছো🙏

আশা কৰোঁ তেখেতৰ সৱল আৰু সু-সংগঠিত নেতৃত্বই সমগ্ৰ শিৱসাগৰ জিলাৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়ন সাধন কৰিব |

অভিনন্দন Bimal Borah 🎉

Himanta Biswa Sarma
CMO Assam
Dilip Saikia
BJP Assam Pradesh
Bitupon Raidongia
BJP Sivasagar District
Juli Pator
Bharatiya Janata Mohila Morcha, Sivasagar District

অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাত শিবসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ডিমৌ সমষ্টিৰ সন্মানীয...
05/06/2026

অসম চৰকাৰৰ নতুন মন্ত্ৰীসভাত শিবসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰা ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক Sushanta Borgohain ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

Bitupon Raidongia
BJP Sivasagar District
Juli Pator
Bharatiya Janata Mohila Morcha, Sivasagar District

নতুন মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা Nilima Devi  ডাঙৰীয়ানীলৈ ভাৰাতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ  মহিলা মৰ্চাৰ সকলো বিষয...
05/06/2026

নতুন মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা Nilima Devi ডাঙৰীয়ানীলৈ ভাৰাতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Bitupon Raidongia
Juli Pator

নতুন অসমৰ স্বপ্নদ্ৰষ্টা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰৰ অসম মন্ত্ৰীসভাত নৱনিযু...
05/06/2026

নতুন অসমৰ স্বপ্নদ্ৰষ্টা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰৰ অসম মন্ত্ৰীসভাত নৱনিযুক্ত সন্মানীয় বিধায়ক সকললৈ ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Bitupon Raidongia
Juli Pator
Bharatiya Janata Mohila Morcha, Sivasagar District

৫০নং মঙ্গলদৈ বিধানসভা সমষ্টিৰ সন্মানীয়া বিধায়িকা তথা বিজেপি অসমপ্ৰদেশ মহিলামৰ্চাৰ সন্মানীয়া সভানেত্ৰী Nilima Devi ডাঙৰীয়...
25/05/2026

৫০নং মঙ্গলদৈ বিধানসভা সমষ্টিৰ সন্মানীয়া বিধায়িকা তথা বিজেপি অসমপ্ৰদেশ মহিলামৰ্চাৰ সন্মানীয়া সভানেত্ৰী Nilima Devi ডাঙৰীয়ানীলৈ ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো বিষয়ববীয়াৰ তৰফৰ পৰা তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰত ৰাইজৰ হৈ সেৱা আগবঢ়াই যাবলৈ মা-কামাখ্যাই আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক।

জুলি পাটৰ
সভানেত্ৰী,শিৱসাগৰ জিলা মহিলা মৰ্চা

BJP Mahila Morcha Assam Pradesh
Juli Pator

12/05/2026

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আজি ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সকলো কাৰ্যকৰ্তাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Mahila Morcha Assam Pradesh
Bitupon Raidongia
Juli Pator

Address

Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Bharatiya Janata Mohila Morcha, Sivasagar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share