District Child Protection Unit, Sivasagar

District Child Protection Unit, Sivasagar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from District Child Protection Unit, Sivasagar, Government Organization, West Jamuna Road, Sibsagar.

18/11/2022
ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ পৃষ্ঠপোষকতাত আৰু জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত ৪ মাৰ্চত শিৱসাগৰত দিনজোৰা কাৰ্য্যসূচীৰে ৰাজ্...
04/03/2022

ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ পৃষ্ঠপোষকতাত আৰু জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত ৪ মাৰ্চত শিৱসাগৰত দিনজোৰা কাৰ্য্যসূচীৰে ৰাজ্যিক শিশু সুৰক্ষা দিৱসটি শিৱসাগৰৰ ৰংঘৰ চাৰিআলিস্থিত স্বেচ্ছাসেৱী সংগঠন কৌমুদালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়|

10/05/2021
72nd Republic Day celebration by DCPU SIVASAGAR
27/01/2021

72nd Republic Day celebration by DCPU SIVASAGAR

আজি ইংৰাজী ২৪/১২/২০২০ তাৰিখে শিৱসাগৰ জিলাৰ বিষ্ণু নগৰস্থিত বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰত অপৰিত্যক্ত শিশুৰ বাবে ৰাজ্যিক শিশু...
24/12/2020

আজি ইংৰাজী ২৪/১২/২০২০ তাৰিখে শিৱসাগৰ জিলাৰ বিষ্ণু নগৰস্থিত বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰত অপৰিত্যক্ত শিশুৰ বাবে ৰাজ্যিক শিশু সুৰক্ষা সেৱাৰ পৃষ্ঠপোষকতাত আৰু জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ উদ্যোগত এখনি দোলনাৰ শুভ উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত ও ভাঃপ্ৰাঃ জিলা শিশু সুৰক্ষা বিষয়া মাননীয়া নুজহত নাছৰীণে। ইয়াৰোপৰি শিৱসাগৰ জিলাৰ শিশু কল্যাণ সমিতিৰ অধ্যক্ষাকে প্ৰমুখ্য কৰি সুৰক্ষা বিষয়া ৰুপা গগৈ,ন্যায় ও আৱেক্ষণ বিষয়া ৰাণী হাজৰিকা,পৰামৰ্শদাতা কবিতা বড়া,বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰৰ সমন্বয়ক ড° শ্বৰ্মিলা দেৱী মহন সহ কাৰ্যালয়ৰ কৰ্মচাৰী সকল উপস্থিত থাকে।
অন্যহাতে মাহেকীয়া 'অভিযোগ প্ৰতিকাৰৰ বৈঠকখনো জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষা মাননীয়া দীপালী স্বৰ্গিয়াৰী বৰুৱাৰ অধ্যক্ষতাত
অনুস্থিত কৰা হয়।

Address

West Jamuna Road
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when District Child Protection Unit, Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Child Protection Unit, Sivasagar:

Share