04/09/2026
মুখ্যমন্ত্ৰীৰ
আত্মনির্ভৰ অসম অভিযান ২.0
শিৱসাগৰ জিলাৰ বাণিজ্যিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা EDP Training program for CMAAA 2.0 ৰ মুখ্য অতিথি হিচাপে শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী Bitupon Raidongia ডাঙৰীয়া উপস্থিত থাকি মুখ্যমন্ত্ৰী আত্মনির্ভৰশীল অসমৰ ওপৰত লাভ কৰা 2 লাখ ,আৰু 5 লাখ টকা লাভ কৰা হিতাধিকাৰী সকলক উদ্দেশ্য কৰি কেনেদৰে আত্মনিয়োগ কৰি উদ্যোগ স্থাপন কৰিব পাৰে তাৰ ওপৰত বক্তব্য দাঙি ধৰে ।
BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Bimal Borah