29/08/2026
"এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গন!"
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ, প্ৰসিদ্ধ খেলুৱৈ মেজৰ ধ্যান চাঁদ দেৱক ওপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰি প্ৰতিগৰাকী ক্ৰীড়াবিদ তথা খেলুৱৈক ক্ৰীড়া দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ।.