ৰংঘৰ কাব্ল, শিৱসাগৰ

ৰংঘৰ কাব্ল, শিৱসাগৰ Social service workers

মানুহে মানুহৰ বাবে ৰাইজৰ কাষত শিৱসাগৰ ৰংঘৰ ক্লাৱ..
07/08/2026

মানুহে মানুহৰ বাবে ৰাইজৰ কাষত শিৱসাগৰ ৰংঘৰ ক্লাৱ..

17/06/2026
শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পৰম পূজনীয়া মাতৃ শ্ৰদ্ধাৰ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মহাপ্ৰয়ান ঘটে ! শিৱসা...
09/06/2026

শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পৰম পূজনীয়া মাতৃ শ্ৰদ্ধাৰ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ মহাপ্ৰয়ান ঘটে ! শিৱসাগৰ জিলা "ৰংঘৰ ক্লাব" ৰ তৰফৰ পৰা চেলেংহাট লুখুৰাখনস্থিত নিজা বাসভৱনত উপস্থিত হৈ তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি শোকসন্তপ্ত পৰিয়ালক শ্ৰদ্ধা নিবেদন কৰো🙏

৪১তম ৰংঘৰ ৰঙালী বিহু সন্মিলন ২০২৬সন্মানীয় বিচাৰকমণ্ডলীৰ সম্বৰ্ধনা জনোৱা মূহুৰ্ত...স্থান : কালিপ্ৰসাদ স্মৃতি ভৱন, শিৱসাগ...
05/06/2026

৪১তম ৰংঘৰ ৰঙালী বিহু সন্মিলন ২০২৬

সন্মানীয় বিচাৰকমণ্ডলীৰ সম্বৰ্ধনা জনোৱা মূহুৰ্ত...

স্থান : কালিপ্ৰসাদ স্মৃতি ভৱন, শিৱসাগৰ।

দিনাংক : ৫ আৰু ৬ মে, ২০২৬

৪১তম ৰংঘৰ ৰঙালী বিহু সন্মিলন ২০২৬দিনাংক : ৫ আৰু ৬ মে, ২০২৬
04/06/2026

৪১তম ৰংঘৰ ৰঙালী বিহু সন্মিলন ২০২৬

দিনাংক : ৫ আৰু ৬ মে, ২০২৬

"ৰংঘৰ ক্লাব" ৰ হৈ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শ্ৰী যুক্তা পাপৰী চেতিয়া মাতৃ  বিজয়া চেতিয়া ডাঙৰীয়ানী কিছু দিন ৰ আগতে ...
31/05/2026

"ৰংঘৰ ক্লাব" ৰ হৈ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শ্ৰী যুক্তা পাপৰী চেতিয়া মাতৃ বিজয়া চেতিয়া ডাঙৰীয়ানী কিছু দিন ৰ আগতে বিয়োগ হোৱাত তেখেতৰ পৰিয়াল সমবেদনা দিয়া লগতে তেখেতলৈ ও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো । তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏

29/05/2026

ৰংঘৰ কাব্ল

ৰংঘৰ কাব্ল
29/05/2026

ৰংঘৰ কাব্ল

Address

Kpm Chariali, Sivasagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when ৰংঘৰ কাব্ল, শিৱসাগৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category