OBC Morcha Sivasagar District

OBC Morcha Sivasagar District সকলোৰে সহযোগত - সকলোৰে বিকাশ - সকলোৰে বিশ্বাস ।

শিবসাগৰ জিলা OBC মৰ্চাৰ সতীৰ্থ সকল,ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থান কৰা বানাক্ৰান্ত ৰাইজৰ সৈতে দুৰ্যোগত সময়ত থিয় দি, অকণ...
20/07/2026

শিবসাগৰ জিলা OBC মৰ্চাৰ সতীৰ্থ সকল,
ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থান কৰা বানাক্ৰান্ত ৰাইজৰ সৈতে দুৰ্যোগত সময়ত থিয় দি, অকণমান মাত লগোৱাৰ লগতে খা খবৰ লোৱাৰ কিছু মুহূৰ্ত...
Himanta Biswa Sarma
Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh
BJP Sivasagar District

06/07/2026

"বাজপেয়ী তুমি উভতি গৈ দেশবাসীক কোৱাগৈ যে মই পাৰ্মিট অবিহনে কাশ্মীৰত প্ৰৱেশ কৰিছোঁ।"

ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱে এখন দেশত দুখন সংবিধান, দুখন পতাকা আৰু দুজন প্ৰধান থাকিব নোৱাৰিব বুলি দেশৰ অখণ্ডতাৰ ৰক্ষাৰ্থে পাৰ্মিট অৱিহনে কাশ্মীৰত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হোৱাৰ সময়ত অটল বিহাৰী বাজপেয়ীজীক তেখেতে ঘুৰাই পঠাই দেশবাসীক অৱগত কৰিবলৈ কৈছিল।
Bjp Obc Morcha Assam Pradesh

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, প্রখৰ ৰাষ্ট্ৰবাদী, শিক্ষাবিদ, আমাৰ প্ৰাতঃস্মৰণীয় মাৰ্গদৰ্শক, ভাৰত কেশৰী ড০ শ্যামাপ্ৰ...
06/07/2026

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, প্রখৰ ৰাষ্ট্ৰবাদী, শিক্ষাবিদ, আমাৰ প্ৰাতঃস্মৰণীয় মাৰ্গদৰ্শক, ভাৰত কেশৰী ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ আজি পবিত্ৰ ১২৫ সংখ্যক জয়ন্তীত শতকোটি প্ৰণিপাত জনাইছোঁ।

এখন দেশত দুখন সংবিধান, দুখন পতাকা আৰু দুজন প্ৰধান থাকিব নোৱাৰে বুলি দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিজৰ সৰ্বোচ্চ বলিদান দিয়া ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ অদম্য সাহস,দেশপ্ৰেম, আদৰ্শ চিৰকাললৈ আমাৰ বাবে প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
Bjp Obc Morcha Assam Pradesh
BJP OBC Morcha

✍️ভাৰতীয় জনতা পাৰ্টিৰ, অসম ৰাজ্যিক অ.বি.চি মৰ্চাৰ তত্বাৱধায়ক হিচাপে দায়িত্ব লাভ কৰা শ্ৰদ্ধাৰ যোগেন মহন ডাঙৰীয়াক আন্ত...
04/07/2026

✍️ভাৰতীয় জনতা পাৰ্টিৰ, অসম ৰাজ্যিক
অ.বি.চি মৰ্চাৰ তত্বাৱধায়ক হিচাপে দায়িত্ব লাভ কৰা শ্ৰদ্ধাৰ যোগেন মহন ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
Subhas Dutta
Jogen Mohan
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh

Kindly find the update for Pre-Matric and Post-Matric scholarship to SC and OBC students for the year 2026/27
26/06/2026

Kindly find the update for Pre-Matric and Post-Matric scholarship to SC and OBC students for the year 2026/27

ভাৰতীয় জনতা পাৰ্টিৰ, অসম প্ৰদেশ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি সম্মানীয় Subhash Dutta ডাঙৰীয়াৰ  নিৰ্দেশ মৰ্মে আজ...
25/06/2026

ভাৰতীয় জনতা পাৰ্টিৰ, অসম প্ৰদেশ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি সম্মানীয় Subhash Dutta ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি নিশা ৮:৩০ বজাত এখন গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত শিৱসাগৰ জিলাৰ অ.বি.চি মৰ্চাৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক সহিতে কেইবাজনো বিষয় ববীয়াই আৰু জিলাৰ অন্তৰ্গত মণ্ডলৰ কেইবাজনো সন্মানীয় সভাপতিয়ে অংশ গ্ৰহণ কৰে।
Subhas Dutta
Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh
Himanta Biswa Sarma

অসম চৰকাৰৰ মন্ত্ৰী হিচাবে আজি শপত গ্ৰহণ কৰে আমাৰ সকলোৰে আদৰ আৰু শ্ৰদ্ধাৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই ডাঙৰীয়া । ...
05/06/2026

অসম চৰকাৰৰ মন্ত্ৰী হিচাবে আজি শপত গ্ৰহণ কৰে আমাৰ সকলোৰে আদৰ আৰু শ্ৰদ্ধাৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই ডাঙৰীয়া । তেখেতৰ এই প্ৰাপ্তিত আমি শিৱসাগৰবাসী অতিকে গৌৰৱান্বিত। অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি.) মৰ্চা, শিৱসাগৰ জিলা সমিতিৰ তৰফৰপৰা তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।


BJP Assam Pradesh
Himanta Biswa Sarma
Subhas Dutta
Sushanta Borgohain
Dhrubajyoti Changmai

জনপ্ৰিয় মূখ্য মন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰী সভাত স্থান লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয়...
04/06/2026

জনপ্ৰিয় মূখ্য মন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰী সভাত স্থান লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় বিধায়ক সকললৈ বিজেপি,অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মৰ্চা , শিৱসাগৰ জিলা সমিতিৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।


Bjp Obc Morcha Assam Pradesh
BJP Assam Pradesh
Himanta Biswa Sarma
Dhrubajyoti Changmai
Subhas Dutta

সমুহ ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ।   #ৰঙালী_বিহু
15/04/2026

সমুহ ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ।


#ৰঙালী_বিহু

Address

Sivasagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha Sivasagar District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share