05/06/2026
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সৰসংঘচালক, পৰম পূজনীয় মাধৱৰাও সদাশিৱৰাও গোলৱলকাৰদেৱ (শ্ৰীগুৰুজী)ৰ পুণ্যতিথি উপলক্ষে তেখেতলৈ কোটি কোটি প্ৰণিপাত জনাইছোঁ।
ব্যক্তি নিৰ্মাণৰ জড়িয়তে ৰাষ্ট্ৰ নিৰ্মাণ আৰু ভাৰতীয় সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সম্পূৰ্ণ জীৱন সমৰ্পণ কৰা প্ৰখৰ ৰাষ্ট্ৰবাদী, পণ্ডিত প্ৰৱৰ শ্ৰীগুৰুজী আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ প্ৰতীভূ।
BJP Assam Pradesh BJYM Assam