ASSU Missamari anchalic com.

ASSU Missamari anchalic com. সদৌ চাওঁতাল ছাত্ৰ সন্থা মিছামাৰী আঞ্চলিক সমিতি (এছু)

সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল গন সমাবেশ ...
28/10/2025

সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল গন সমাবেশ ...




জোহাৰ 🙏🏻  তিনিচুকিয়া, ডিব্ৰুগড় আৰু এতিয়া ঢেকিয়াজুলিৰ পৰা আৰম্ভ হোৱা আদিবাসী, চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিক সংগঠনসমূহৰ ...
24/10/2025

জোহাৰ 🙏🏻

তিনিচুকিয়া, ডিব্ৰুগড় আৰু এতিয়া ঢেকিয়াজুলিৰ পৰা আৰম্ভ হোৱা আদিবাসী, চাহ জনগোষ্ঠী আৰু চাহ শ্ৰমিক সংগঠনসমূহৰ বিশাল সংগঠিত প্ৰতিবাদত লাখ লাখ আদিবাসী প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি এছটি/এছচি অনুসূচীকৰণ তালিকাভুক্তি, ভূমি পট্টা দাবী, ৫৫১ টকা দৈনিক চাহ শ্ৰমিকৰ মজুৰিৰ দাবীত গুৱাহাটী দিছপুৰত বহি থকা বিজেপি চৰকাৰৰ মাজত ধক পেলাইছে, কঁপনি তুলিছে। লগে লগে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ ভূমি পট্টাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ বাধ্য হৈছে। যদি অনাগত দিনত উদালগুৰি, বিশ্বনাথ, যোৰহাট, কোকৰাঝাৰ আদিত একেধৰণৰ প্ৰতিবাদ অব্যাহত থাকে তেন্তে চৰকাৰে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৰ্তমানৰ ২৫০ টকাৰ পৰা অন্ততঃ ৪০০ টকালৈ বৃদ্ধি কৰিবলৈ আৰু ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত এছটি/এছচি মৰ্যাদা প্ৰদান কৰিবলৈ বাধ্য হ’ব। গতিকে এই মৌলিক সাংবিধানিক অধিকাৰসমূহৰ পূৰ্ণতাৰ বাবে প্ৰতিবাদ অব্যাহত ৰখা উচিত।
ধন্যবাদ।
Kindly Share 🙏🏻




New Central Committee (Assu)
12/10/2025

New Central Committee (Assu)


16/03/2025
12/12/2024
04/12/2024
03/12/2024
03/12/2024

All Santal students union (Assu) Centrel committee President( Bimal kumar Hembram )Speech.🙏🙏🙏

06/11/2024

ছহৰাই জহাৰ
সাংগাঠনিক অভিন্দন গ্ৰহণ কৰিব যে অহা ইং ১/১২/২০২৪ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে সদৌ চাওঁতাল ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি উদ্যোগত জিলা ভিত্তিক ছহৰাই উৎসৱ উদ‌‌যাপন কৰিবলৈ মনস্থ কৰা হৈছে।
গতিকে সকলোৰে সহায়/সহযোগিতা কামনা কৰিলোঁ।


সদৌ চাওঁতাল ছাত্ৰ সন্থা
মিছামাৰী আঞ্চলিক সমিতি (Assu)

সদৌ চাওঁতাল ছাত্ৰ সন্থা(এছু)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত শোণিতপুৰ জিলা চাওঁতালি কৃষ্টি ও সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাঙ...
28/10/2024

সদৌ চাওঁতাল ছাত্ৰ সন্থা(এছু)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত শোণিতপুৰ জিলা চাওঁতালি কৃষ্টি ও সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাঙ্গনত ৰাতিপুৱা ১০টা বজাত জিলা ভিক্তিত চহৰাই আৰু (কামৰূ দিশম মহোৎসৱৰ)আলোচনা কৰা হয়।
‌ উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক বীৰেন চৰেন ডাঙৰীয়াৰ লগতে প্ৰচাৰ সম্পাদক উত্তম মূৰ্ম্মূ (সভাপতি মতিলাল হাঁচদা,)(সাধাৰণ সম্পাদক হলেশ্বৰ মূৰ্ম্মূ,)আঞ্চলিকৰ সভাপতি/সম্পাদক লগতে সমূহ বিষয়ববীয়াৰ উপস্থিতিত (সভাপতি শিৱশ্বৰন গোৱালা)(মূখ্য সম্পাদক অজিত চৰেন)ডাঙৰীয়াক লৈ এখনি উদ্‌যাপন সমিতি গঠন কৰা হয়।




Address

Silchar

Website

Alerts

Be the first to know and let us send you an email when ASSU Missamari anchalic com. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category