Nabadeep Teli

Nabadeep Teli Vice President
Assam Tea Tribe Students Association ( ATTSA )
Cachar District Committee
Empowering Students
Preserving Identity , Leading With Purpose

৯ জুলাই ২০২৬ তারিখে Assam Tea Tribe Students' Association (ATTSA), কাছাড় জেলা কমিটি-র পক্ষ থেকে সভাপতি নবদ্বীপ তেলী, সম...
12/07/2026

৯ জুলাই ২০২৬ তারিখে Assam Tea Tribe Students' Association (ATTSA), কাছাড় জেলা কমিটি-র পক্ষ থেকে সভাপতি নবদ্বীপ তেলী, সম্পাদক সুমিত রী এবং প্রধান উপদেষ্টা নিখিল চাষা, রাজেশ তেলী, সিদ্ধেশ্বর তেলী ও স্বপন মাহাতো মহাশয় আসাম সরকারের মাননীয় মন্ত্রী রামেশ্বর তেলী মহাশয়ের সঙ্গে জনতা ভবন, দিসপুর, গুয়াহাটি-তে এক সৌজন্যমূলক সাক্ষাৎ করেন।

এই সাক্ষাৎকালে টি-ট্রাইব (চা-জনজাতি) সম্প্রদায়ের বিভিন্ন গুরুত্বপূর্ণ সমস্যা, দাবি এবং সামগ্রিক উন্নয়নমূলক বিষয় নিয়ে অত্যন্ত ফলপ্রসূ ও ইতিবাচক আলোচনা অনুষ্ঠিত হয়।

মাননীয় মন্ত্রী মহাশয়ের আন্তরিকতা, সৌহার্দ্যপূর্ণ ব্যবহার এবং আশাব্যঞ্জক আশ্বাসের জন্য Assam Tea Tribe Students' Association (ATTSA), কাছাড় জেলা কমিটির পক্ষ থেকে আন্তরিক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন করছি।

আমাদের দৃঢ় বিশ্বাস, মাননীয় মুখ্যমন্ত্রী ড. Himanta Biswa Sarma মহাশয়ের বলিষ্ঠ নেতৃত্বে এবং মাননীয় মন্ত্রী Rameswar Teli মহাশয়ের আন্তরিক উদ্যোগ ও সহযোগিতায় টি-ট্রাইব সম্প্রদায়ের দীর্ঘদিনের বিভিন্ন সমস্যার দ্রুত ও কার্যকর সমাধান হবে। একই সঙ্গে শিক্ষা, কর্মসংস্থান, সামাজিক উন্নয়ন ও সামগ্রিক কল্যাণের ক্ষেত্রে এক নতুন অধ্যায়ের সূচনা হবে।

📍 স্থান: জনতা ভবন, দিসপুর, গুয়াহাটি

Assam Tea Tribe Students' Association (ATTSA)
কাছাড় জিলা কমিটি

01/07/2026

ভূমি পাট্টা কেবল মালিকানার বিষয় নয়—এটি ন্যায়বিচার, মর্যাদা এবং সমান অধিকারের বিষয়। সবচেয়ে বড় প্রশ্নগুলো হলো: প্রকৃত চা জনজাতি কি অগ্রাধিকার ভিত্তিতে ভূমি পাট্টা পাবে? ভূমি পাট্টা প্রদানের পুরো প্রক্রিয়াটি কি স্বচ্ছ এবং নিরপেক্ষ হবে? এবং চা বাগানের স্থায়ী ও অস্থায়ী উভয় ধরনের শ্রমিকরাই কি ভূমি পাট্টার আবেদনপত্র পাবেন? এগুলি অত্যন্ত গুরুত্বপূর্ণ প্রশ্ন, যার স্পষ্ট উত্তর পাওয়া প্রয়োজন, কারণ হাজার হাজার চা শ্রমিক পরিবারের ভবিষ্যৎ এগুলোর ওপরই নির্ভর করছে।

29/06/2026

কেন্দ্ৰীয় সমিতির আদেশ অনুসারে ২৮/০৬/২০২৬ ইংরেজি অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) কাটিগড়া শাখার অন্তর্গত বিক্রমপুর চা বাগানে এবং কালীবাড়ি চা বাগানে আটসা এবং আটয়ার প্রাথমিক গোট গঠন করা হয়। উপস্থিত ছিলেন আটছা কাছাড় জিলা সমিতির পদাধিকারীগন ও বড়খলা শাখা সমিতির সভাপতি ও কেন্দ্রীয় সমিতির প্ৰাক্তন কার্য্যনির্বাহক সদস্য সন্মানীয় শ্রী স্বপন মাহাতো দাদা।

26/01/2026

প্ৰিয় আটছাৰ কৰ্মকর্তাবৃন্দ,
চাহ জনগোষ্ঠীৰ বুদ্ধিজীৱীসকল আৰু প্ৰিয় ভাই-ভনীসকল—
আজি ২৬ জানুৱাৰী। এই বিশেষ দিনটোত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
১৯৫০ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষত সংবিধান প্ৰৱৰ্তন হৈছিল।
বন্ধুসকল, সংবিধান কেৱল আইনৰ এখন পুথি নহয়। ই আমাৰ জীৱন চলাৰ পথ। সংবিধানে আমাক বহু অধিকাৰ প্ৰদান কৰিছে আৰু একে সময়তে কিছুমান কৰ্তব্যো মনত পেলাই দিয়ে—দেশক ভালপোৱা, ৰাষ্ট্ৰীয় পতাকা আৰু সংবিধানৰ সন্মান ৰক্ষা কৰা, লগতে সমাজত শান্তি আৰু ঐক্য বজাই ৰখা।
গণতন্ত্ৰ মানে কেৱল ভোট দিয়া নহয়। গণতন্ত্ৰ মানে মানুহৰ কথা শুনা, আনৰ মতামতক সন্মান কৰা আৰু দেশৰ মঙ্গলৰ বাবে কাম কৰা। আমি যেতিয়া নিজৰ অধিকাৰ বিচাৰোঁ, তেতিয়া আমাৰ কৰ্তব্যসমূহো পালন কৰিব লাগিব।
ভাৰতবৰ্ষ বহু ভাষা, ধৰ্ম আৰু সংস্কৃতিৰে ভৰপূৰ দেশ। তথাপিও আমি সকলো একেলগে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছোঁ। এইয়াই আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি—বৈচিত্ৰ্যৰ মাজত ঐক্য।
আজি আমি গভীৰ শ্ৰদ্ধাৰে সেই সকলো মহান ব্যক্তিসকলক স্মৰণ কৰোঁ, যিসকলে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
আজিৰ দিনত আমাৰ দেশৰ সন্মুখত কিছুমান সমস্যা আছে—দাৰিদ্ৰ্য, বেকাৰত্ব, নিৰক্ষৰতা আৰু সমাজত থকা ভেদাভেদ। এই সমস্যাসমূহৰ সমাধান আমি সকলো একেলগে মিলি কৰিব লাগিব। কেৱল চৰকাৰৰ ফালে চাই থাকিলে নহ’ব, আমাৰ প্ৰতিজনৰে নিজৰ দায়িত্ব আছে।
যুৱ সমাজেই দেশৰ ভৱিষ্যৎ। এজন ছাত্ৰ বা যুৱক হিচাপে আমাৰ কৰ্তব্য হৈছে মনোযোগেৰে পঢ়া-শুনা কৰা, ভাল মানুহ হোৱা আৰু সমাজৰ কামত আগবাঢ়ি অহা। সৰু সৰু ভাল কামেই ডাঙৰ পৰিৱর্তন আনিব পাৰে।
এই প্ৰজাতন্ত্ৰ দিৱসত আহক, আমি সকলো একেলগে এখন সুন্দৰ আৰু বিকশিত সমাজ গঢ়ি তোলাৰ বাবে
অঙ্গীকাৰবদ্ধ হওঁ।
এই শুভ দিনটোত আপোনালোক সকলোকে পুনৰ এবাৰ প্ৰজাতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
জয় হিন্দ!
জয় আই অসম!
জয়তু আটছা!

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনজাতি জ...
25/01/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, চাহ জনজাতি জাতীয় সন্মিলনি, অসম, ৩৬ জাতি পৰিষদৰ লগতে চাহ জনগোষ্ঠীয় বৌদ্ধিক সমাবেশৰ সৈতে জনগোষ্ঠীকৰণ ওপৰত বিশেষ আলোচনা সভাত আটছা কাছাৰ জিলা সমিতিৰ সভাপতি অতিথি হিচাপে আটছাৰ বিশেষ আলোচনা সভাত উপস্থিত থাকি অংশগ্ৰহণ কৰোঁ।
স্থান – সত্যনাৰায়ণ প্ৰেছগৃহ বোকাখাত নগৰ, গোলাঘাট জিলা।
তাংঃ – ২৪ জানুৱাৰী ২০২৬।

14/01/2026
বিগত ০৪/০১/২০২৬ তাৰিখে হাইলাকান্দিত ATTSA আৰু ATTWA, হাইলাকান্দি জিলা সমিতিৰ উদ্যোগত এখন জৰুৰী সভা অনুষ্ঠিত হয়।উক্ত সভা...
06/01/2026

বিগত ০৪/০১/২০২৬ তাৰিখে হাইলাকান্দিত ATTSA আৰু ATTWA, হাইলাকান্দি জিলা সমিতিৰ উদ্যোগত এখন জৰুৰী সভা অনুষ্ঠিত হয়।
উক্ত সভাত মই আৰু মোৰ কাছাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিলোঁ।

Address

Lalbag Cha Bagan
Silchar

Website

Alerts

Be the first to know and let us send you an email when Nabadeep Teli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category