Gautom Hatimuria

Gautom Hatimuria Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gautom Hatimuria, Simaluguri College Road, Simaluguri.

ঈদ মোবাৰক! 🌙সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদ-উল-ফিতৰৰ হিয়াভৰা ওলগ যাচিলোঁ।এই পৱিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ...
21/03/2026

ঈদ মোবাৰক! 🌙

সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদ-উল-ফিতৰৰ হিয়াভৰা ওলগ যাচিলোঁ।

এই পৱিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, আনন্দ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।

নতুন শক্তি, নতুন সাহস, নতুন পৰিকল্পনা, নতুন চিন্তা - চেতনা,নতুন সংকল্প আৰু নতুন দৃষ্টিভংগীৰে গঢ়িম আমি আমাৰ বৰ অসম…
20/03/2026

নতুন শক্তি, নতুন সাহস, নতুন পৰিকল্পনা, নতুন চিন্তা - চেতনা,নতুন সংকল্প আৰু নতুন দৃষ্টিভংগীৰে গঢ়িম আমি আমাৰ বৰ অসম…

ৰাইজৰ বিশ্বাস আৰু শক্তিৰেই গঢ়িব নতুন অসম
20/03/2026

ৰাইজৰ বিশ্বাস আৰু শক্তিৰেই গঢ়িব নতুন অসম

 আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে Indian National Congressএ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাৰ নাম ইতিমধ্যে ৰাজহুৱা ক...
19/03/2026



আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে Indian National Congressএ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাৰ নাম ইতিমধ্যে ৰাজহুৱা কৰিছে। এই তালিকাত স্থান পোৱা প্ৰতিগৰাকী যোগ্য প্ৰাৰ্থীলৈ জনালোঁ মোৰ আন্তৰিক অভিনন্দন আৰু অশেষ শুভকামনা।

আশা কৰোঁ, কংগ্ৰেছে ৰাইজৰ বিশ্বাস জয় কৰি আগন্তুক নিৰ্বাচনত এক বৃহৎ জয় সাব্যস্ত কৰি অসমত এক নতুন যুগৰ সূচনা কৰিব।

Indian National Congress - Assam।

19/03/2026

ৰাইজৰ সুৰক্ষাই প্ৰথম অগ্ৰাধিকাৰ হোৱা উচিত।
মহানগৰীৰ নৱ নিৰ্মিত দীঘলীপুখুৰী - নুনমাটি অভাৰব্ৰীজে জ্বলাকলা খুৱাইছে ৰাইজক।

মুকলিৰ এসপ্তাহ নহওতেই উৰণসেতুৰ ঢালাই এৰাই যোৱা ঘটনাই উদঙাই দিছে নিৰ্মাণৰ প্ৰকৃত মানদণ্ড।

19/03/2026

ৰাইজৰ বিশ্বাস আৰু শক্তিৰেই গঢ়ি উঠিব নতুন অসম

একত্ৰিত জনতাৰ কণ্ঠ সদায় শক্তিশালী আৰু সেই কণ্ঠৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাটো আমাৰ দায়বদ্ধতা।

📍মাহমৰা বিধানসভা সমষ্টি

 এই নিৰ্বাচন কেৱল এটা বিশেষ দল বা ব‍্যক্তিৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন অসমৰ ভৱিষৎ নিৰ্ধাণৰ নিৰ্বাচন।📍মাহমৰা বিধানসভা সমষ্...
19/03/2026


এই নিৰ্বাচন কেৱল এটা বিশেষ দল বা ব‍্যক্তিৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন অসমৰ ভৱিষৎ নিৰ্ধাণৰ নিৰ্বাচন।

📍মাহমৰা বিধানসভা সমষ্টি

Indian National Congress - Assam

ৰাইজৰ সৈতে, ৰাইজৰ কাষতএই সংগ্ৰাম কেৱল ৰাজনীতিৰ নহয়, ই ৰাইজৰ অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যতৰ সংগ্ৰাম।
18/03/2026

ৰাইজৰ সৈতে, ৰাইজৰ কাষত

এই সংগ্ৰাম কেৱল ৰাজনীতিৰ নহয়, ই ৰাইজৰ অধিকাৰ, মৰ্যাদা আৰু ভৱিষ্যতৰ সংগ্ৰাম।

 আপোনাৰ এটি সৰু পদক্ষেপে আনে পৰিৱৰ্তন। আহক, অভিযোগৰ সলনি আমি সকলোৱে মিলি ভোট দি দেশ গঢ়োঁ।
18/03/2026


আপোনাৰ এটি সৰু পদক্ষেপে আনে পৰিৱৰ্তন। আহক, অভিযোগৰ সলনি আমি সকলোৱে মিলি ভোট দি দেশ গঢ়োঁ।

17/03/2026

নতুন বৰ অসমৰ সপোন

একত্ৰিত জনতাৰ কণ্ঠ সদায় শক্তিশালী — আৰু সেই কণ্ঠৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাতো আমাৰ দায়বদ্ধতা।

📍মাহমৰা বিধানসভা সমষ্টি

 এক নতুন প্ৰভাতৰ দিশে✊ৰাইজৰ বিশ্বাস আৰু শক্তিৰেই গঢ়ি উঠিব নতুন অসম।আমাৰ এই যাত্ৰাত আপোনালোকৰ সাহস আৰু অংশগ্ৰহণেই আমাৰ প...
17/03/2026



এক নতুন প্ৰভাতৰ দিশে✊

ৰাইজৰ বিশ্বাস আৰু শক্তিৰেই গঢ়ি উঠিব নতুন অসম।
আমাৰ এই যাত্ৰাত আপোনালোকৰ সাহস আৰু অংশগ্ৰহণেই আমাৰ প্ৰেৰণা।

Indian National Congress - Assam
Gaurav Gogoi

📍জুবিন ক্ষেত্ৰঅসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মাথোঁ এটা নাম নহয়, তেওঁ এক সত্তা, অসমীয়াৰ অনুভৱ, এটা যুগ আৰু সমগ্ৰ ...
17/03/2026

📍জুবিন ক্ষেত্ৰ

অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মাথোঁ এটা নাম নহয়, তেওঁ এক সত্তা, অসমীয়াৰ অনুভৱ, এটা যুগ আৰু সমগ্ৰ অসমীয়াৰ গৌৰৱ।

জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ মনে-প্ৰাণে, যুগে যুগে, অনাদি-অনন্তলৈ অমৰ হৈ খাকিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ জনতাৰ শিল্পীগৰাকীক স্মৰণ কৰি আবেগিক হৈ পৰিলোঁ।

Address

Simaluguri College Road
Simaluguri
785686

Website

Alerts

Be the first to know and let us send you an email when Gautom Hatimuria posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share