29/05/2025
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৰহাটৰ ঢাকাইপট্টিত যি অনা অসমীয়াৰ দপদপনি চলিছে তাক মহিমূৰ কৰিবৰ বাবে শিৱসাগৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ মুখ্য সচিব আতিকুৰ ৰ: হাজৰিকাৰ সৈতে সকলো সতীৰ্থ সৈনিকসকলৰ যোৰহাটলৈ যাত্ৰা।
জয় আই অসম ✊