28/08/2025
সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সদস্য ধ্ৰুৱজ্যোতি কলিতাৰ পিতৃ, ধৰ্মপ্ৰাণ তথা বিশিষ্ট সমাজকৰ্মী আৰু সাংস্কৃতিক কৰ্মী দিনাৰাম কলিতা ডাঙৰীয়াৰ বিয়োগত তেখেতসকলৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত কলিতা ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকদগ্ধ পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰা হয় ।