Sivasagar Assembly NSUI

Sivasagar Assembly NSUI “এজন যোগ্য কোনো ব্যক্তিতকৈ এজন যোগ্য শিক্ষক হ’বলৈ বেছি সামর্থ্যৰ প্রয়োজন ৷”

কৰাল মনবোৰতো সেউজীয়া ৰহন সানি শিৱসাগৰ জিলাৰ পানবেচাৰ লৰাপুতা (লুৰুকী)ৰ এটি পিতৃহাৰা পৰিয়ালৰ দুটি সন্তানৰ আগন্তুক দিনৰ শৈ...
02/08/2026

কৰাল মনবোৰতো সেউজীয়া ৰহন সানি শিৱসাগৰ জিলাৰ পানবেচাৰ লৰাপুতা (লুৰুকী)ৰ এটি পিতৃহাৰা পৰিয়ালৰ দুটি সন্তানৰ আগন্তুক দিনৰ শৈক্ষিক দায়িত্ব পালন কৰিবলৈ আগবঢ়া অসম ৰাজ্যিক NSUIৰ সভাপতি Kaushik Kashyap Kalita ডাঙৰীয়াৰ ওচৰত আমি সদায়ে কৃতজ্ঞ হৈ থাকিম । আপোনাৰ এইখিনি সহায়ে আমাক সদায়ে সমৃদ্ধ কৰি ৰাখিব ।

NSUI Assam Nsui Sivsagar পৰমেশ গগৈ Apol Changmai Trinayan Changmai Arthajit Borah

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ স্মৃতিত শিৱসাগৰ জিলা NSUIয়ে শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা "অনলাইন ৰচনা" প্ৰতি...
28/06/2026

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ স্মৃতিত শিৱসাগৰ জিলা NSUIয়ে শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত কৰা "অনলাইন ৰচনা" প্ৰতিযোগিতাত শিৱসাগৰ জিলা খনৰ ভিতৰতে “খ” শাখাত দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰণামিকা চুতীয়াক আজি শিৱসাগৰ জিলা NSUIৰ সাধাৰণ সম্পাদক Trinayan Changmai আৰু শিৱসাগৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সম্পাদক Ankur Gogoi ডাঙৰীয়াই সম্বৰ্ধনা জনাই । আমি প্ৰণামিকা চুতীয়ালৈ আমাৰ অযুত অভিনন্দন জ্ঞাপন কৰিছোঁ ।

NSUI Assam Kaushik Kashyap Kalita Nsui Sivsagar পৰমেশ গগৈ Apol Changmai

 #প্ৰতিযোগিতাখনি সফল কৰি তুলিবলৈ সকলোলৈ বিনম্ৰ অনুৰোধ জনালো ।Kaushik Kashyap Kalita NSUI Assam Nsui Sivsagar
06/06/2026

#প্ৰতিযোগিতাখনি সফল কৰি তুলিবলৈ সকলোলৈ বিনম্ৰ অনুৰোধ জনালো ।

Kaushik Kashyap Kalita NSUI Assam Nsui Sivsagar

চামগুৰি বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সৰ্বভাৰতীয় NSUIৰ মাননীয় কোষাধ্যক্ষ যুৱ নেতা Tanzil Hussai...
04/05/2026

চামগুৰি বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সৰ্বভাৰতীয় NSUIৰ মাননীয় কোষাধ্যক্ষ যুৱ নেতা Tanzil Hussain NSUI ডাঙৰীয়ালৈ আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ ।

NSUI Assam Nsui Sivsagar

শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি শিৱসাগৰ জিলা NSUIৰ নৱ-নিযুক্ত উপ-সভাপতি Apol Changmai সাধাৰণ সম্পাদক ত্ৰিন...
30/03/2026

শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি শিৱসাগৰ জিলা NSUIৰ নৱ-নিযুক্ত উপ-সভাপতি Apol Changmai সাধাৰণ সম্পাদক ত্ৰিনয়ন চাংমাই (Trinayan Changmai) আৰু সম্পাদক হিচাপে নিযুক্তি লাভ কৰা ৱাজিব ৰহমান (Wajib Rohman), প্ৰজ্ঞাশ্ৰী ফুকনলৈ আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ।

Kaushik Kashyap Kalita Tanzil Hussain NSUI
NSUI Assam Nsui Sivsagar পৰমেশ গগৈ

সমাগত অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা চামগুৰি বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্ব লাভ কৰা সৰ্বভাৰতীয় N...
03/03/2026

সমাগত অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা চামগুৰি বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্ব লাভ কৰা সৰ্বভাৰতীয় NSUIৰ সন্মানীয় কোষাধ্যক্ষ Tanzil Hussain NSUI লৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

NSUI Assam Nsui Sivsagar

শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিৰ মাননীয়া সভানেত্ৰী ভাৰতী শইকীয়া ডাঙৰীয়ানীৰ আৰাধ্যা মাতৃ সিদিনা পৰলোকপ্ৰাপ্তি হয় । “মা...
20/02/2026

শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিৰ মাননীয়া সভানেত্ৰী ভাৰতী শইকীয়া ডাঙৰীয়ানীৰ আৰাধ্যা মাতৃ সিদিনা পৰলোকপ্ৰাপ্তি হয় । “মা” বিয়োগৰ খবৰে আমাকো মৰ্মাহত কৰি গৈছে । আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ মাননীয় সাধাৰণ সম্পাদক তথা ৰাজ্যিক যুৱ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম বিভাগৰ মুখ্য আহ্বায়ক Krishna Phukon ডাঙৰীয়া, শিৱসাগৰ জিলা NSUIৰ সভাপতি পৰমেশ গগৈ ডাঙৰীয়া, অসম ৰাজ্যিক NSUIৰ যুটীয়া সম্পাদক বিতুপন দাস ডাঙৰীয়াৰ সহিতে শিৱসাগৰ ৰ এটি সজাটি দল ভাৰতী শইকীয়া ডাঙৰীয়ানীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সমভাগী হয় ।

Nsui Sivsagar NSUI Assam

সৰ্বভাৰতীয় NSUIৰ নৱ-নিযুক্ত সভাপতি Vinod Jakhar ডাঙৰীয়ালৈ আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ । আপোনাৰ নেতৃত্ব প্ৰতি আমি আশাৰে...
20/02/2026

সৰ্বভাৰতীয় NSUIৰ নৱ-নিযুক্ত সভাপতি Vinod Jakhar ডাঙৰীয়ালৈ আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ । আপোনাৰ নেতৃত্ব প্ৰতি আমি আশাৰে ৰৈ থাকিম ।

NSUI Assam Kaushik Kashyap Kalita

Address

Sivasagar

Alerts

Be the first to know and let us send you an email when Sivasagar Assembly NSUI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share