CSC Kaloogaon

CSC Kaloogaon CSC is a Government of India agency to be deliver the Government and public services easily to the citizens. Its powered by Digital India schemes.

03/12/2022

১০ বছৰতকৈ কম বয়সৰ লৰা ছোৱালীৰ আধাৰ নোহোৱাকৈ বেংক একাউণ্ট খোলা হৈ আছে । দৰকাৰী নথিসমূহ: জন্মৰ প্ৰমাণ পত্ৰ, গাঁও বুঢ়া প্ৰমাণ পত্ৰ আৰু ফটো 2 কপি

25/11/2022
Contact CSC Kaloogaon for any online services.
11/11/2022

Contact CSC Kaloogaon for any online services.

07/09/2020

Work from home as a Back office Associates. Need own laptop and good internet connectivity. Check the job description to know the apply procedure.

24/08/2020

Work from home !!! Own Laptop/Desktop with good internet connectivity is mandate.
Require some associates to do simple copy and paste work. Can be work for 6-8 hours in a day. Can be work on a targeted environment. There is incentive plans available apart from the salary. Candidates from any place can apply.

26/07/2020

সৰ্ব সেৱা কেন্দ্ৰ (CSC) মগৰাহাটৰ অধিনত 5 জন Digital cadet বিচৰা হৈছে । 3 জন পুৰুষ আৰু 2 গৰাকী মহিলা ।
শিক্ষাগত অৰ্হতা: উচ্চ মাধ্যমিক (HSLC) উত্তীৰ্ণ
দৰমহা: ২০০০ - ৪০০০ (আগৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল)
লক্ষ্য লৈ কাম কৰিব পৰা ব্যক্তিৰহে প্ৰয়োজন । প্ৰাৰ্থীৰ নিজৰ স্মাৰ্ট ফোন থাকিব লাগিব আৰু সীমিত কম্পিউটাৰৰ জ্ঞান থকা জনক অধিক অগ্ৰাধিকাৰ দিয়া হব ।

1 টকাৰ ফচল বীমা যোজনাৰ বাবে যোগাযোগ কৰক !!
24/06/2020

1 টকাৰ ফচল বীমা যোজনাৰ বাবে যোগাযোগ কৰক !!

CSC the proud of rural India..
24/06/2020

CSC the proud of rural India..

পৃথিৱীৰ এই আকালৰ সময়ত মগৰাহাটৰ আইলাহাবিত অৱস্থিত ভূপেন দত্তৰ দোকানত (Dutta Enterprise) সকলো ধৰণৰ গেলামাল সামগ্ৰীৰ ঘৰলৈ প...
31/03/2020

পৃথিৱীৰ এই আকালৰ সময়ত মগৰাহাটৰ আইলাহাবিত অৱস্থিত ভূপেন দত্তৰ দোকানত (Dutta Enterprise) সকলো ধৰণৰ গেলামাল সামগ্ৰীৰ ঘৰলৈ প্ৰেৰণ কৰাৰ সুবিধাৰ লগতে নগদ ধন উলিয়াব পাৰিব । ফোনৰ যোগেৰে সামগ্ৰী অৰ্ডাৰ কৰিব পাৰিব আৰু ATM কাৰ্ডৰ যোগেদি payment কৰিব পাৰিব ।
যোগাযোগৰ নম্বৰ: 6900319192
(ঘৰত থাকক সুস্থ থাকক )

Address

Amtal Chariali, Kaloogaon, Namti Joysagar Road
Sivasagar
785666

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm

Telephone

919123362227

Alerts

Be the first to know and let us send you an email when CSC Kaloogaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share