Sivasagar The Royal City

Sivasagar The Royal City Sivasagar The Facebook community dedicated to all the Sivasagar'ians.....

Sivasagar was the capital of Ahom kingdom.

As a result, many ancient temples, palaces, reservoir lakes and monuments were built here. The Joydol, Sivadol, Rangghar, Karengghar, Talatal ghar, Sivasagar tank, Joysagar tank, all bear the stamp of the glorious Ahom period. Just check it out...


With warm regards-
Abhigyan Sarmah, Founder and Admin.

ৰাইজৰ দাবীৰ বলত হওক বা আত্মাৰ অনুভৱৰ বলতে হওক, ইমান দিন যন্ত্ৰণা দি একেদিনাই গোটেই ৰাস্তা সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিয়াৰ ...
02/02/2026

ৰাইজৰ দাবীৰ বলত হওক বা আত্মাৰ অনুভৱৰ বলতে হওক, ইমান দিন যন্ত্ৰণা দি একেদিনাই গোটেই ৰাস্তা সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিয়াৰ বাবে প্ৰণিপাত জনালোঁ। আশীৰ্বাদ কৰিছোঁ, আৰু উন্নতি হওক। G-Wagon, Defender জাতীয় বাহনে গেৰেজ ভৰি পৰক। আও হৰি, আও ৰাম

27/01/2026
জয়সাগৰ তিনিআলিৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈ যোৱা সংযোগী পথটোৰ এই ফটো। আজি প্ৰায় এক বছৰ হ’ল, পথটো এতিয়ালৈকে পকা নহ’ল।...
27/01/2026

জয়সাগৰ তিনিআলিৰ পৰা শিৱসাগৰ বিশ্ববিদ্যালয়লৈ যোৱা সংযোগী পথটোৰ এই ফটো। আজি প্ৰায় এক বছৰ হ’ল, পথটো এতিয়ালৈকে পকা নহ’ল। বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলকে ধৰি সাধাৰণ লোকেও এই পথটোত অহা-যোৱা কৰিব নোৱাৰে। ধূলিৰ কোবত মানুহ বেমাৰত পৰি অৱস্থা বেয়া হৈ পৰিছে, তথাপিও কিন্তু কাৰো খবৰ নাই। সোনকালে কিবা এটা কৰক, নহ’লে ধূলিৰ কোবত মানুহ মৰিব।

প্ৰতি শিৱসাগৰ DC Sir,এটি খুব ভাল খবৰ যে শিৱসাগৰ বিশ্ববিদ্যালয় আৰু জয়সাগৰ পুখুৰীৰ চাৰিওফালে থকা ডাষ্টবিনসমূহ ভৰ্তি হৈ প...
09/11/2025

প্ৰতি শিৱসাগৰ DC Sir,

এটি খুব ভাল খবৰ যে শিৱসাগৰ বিশ্ববিদ্যালয় আৰু জয়সাগৰ পুখুৰীৰ চাৰিওফালে থকা ডাষ্টবিনসমূহ ভৰ্তি হৈ পৰিছে। ইয়ে প্ৰমাণ যে ৰাইজৰ আগ্ৰহ আৰু চেষ্টা আছে যাতে আমাৰ পৰিবেশ পৰিষ্কাৰ হৈ থাকে। কিন্তু, ভৰ্তি হোৱা ডাষ্টবিনবোৰ যদি নিয়মিতভাৱে চাফা কৰোৱা নহয় তেন্তে ৰাইজৰ যথেষ্ট অসুবিধা হয়।

সেয়ে এটা বিনম্ৰ অনুৰোধ — আপুনি যেন দ্রুত ব্যৱস্থা লৈ এই ডাষ্টবিনসমূহ চাফা কৰোৱায়।

দাদা তোক কেনেকৈ পাহৰো, কোনোৱে তোক পাহৰিব নোৱাৰে, গোটেই অসমে তোক বুকুৰ মাজত ৰাখিব। তই আজি মৰা নাই দাদা তৈ আজি অমৰ হলি।
19/09/2025

দাদা তোক কেনেকৈ পাহৰো, কোনোৱে তোক পাহৰিব নোৱাৰে, গোটেই অসমে তোক বুকুৰ মাজত ৰাখিব। তই আজি মৰা নাই দাদা তৈ আজি অমৰ হলি।

Peace comes from your soul.A man peacefully sleeping on the road at the 37* celcius hot sun.Location: Doulmukh Chariali.
11/06/2025

Peace comes from your soul.

A man peacefully sleeping on the road at the 37* celcius hot sun.

Location: Doulmukh Chariali.

01/07/2022

lll Happy SIBSAGAR Day to everyone lll

lllসকলোলৈকে শিৱসাগৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ । lll

Address

Sivasagar
785640

Website

Alerts

Be the first to know and let us send you an email when Sivasagar The Royal City posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sivasagar The Royal City:

Share

Sivasagar, the Capital of the Ahom Kingdom

One hundred and fifty km east of the famous Kaziranga National Park, in the state of Assam, lies the town of Sibsagar where a mighty dynasty of rulers known as the Ahoms (Tai) reigned supreme as an invincible power for 600 years, until the British annexed the region in 1826. Here, rising on the periphery of a large 129-acre artificial tank called the Sibsagar Lake (which had given the town its name), are the archaeological remains, palaces, and temples of the Ahoms, now being preserved as national protected monuments.

History

Assam, in fact, derives its name from the Ahom dynasty which held such undisputed sway in the east that even the Mughal rulers, who had extended their dominance over most of the northern parts of the subcontinent, could not make inroads into Ahom territory in spite of 17 attempts at invasion (one of which was made by Emperor Aurangzeb, in the mid-17th century).