21/07/2026
নিৰুদ্দেশ
মাষ্টাৰ অৰ্পিত বিশ্বকৰ্মা বয়স প্ৰায় ১১বছৰ, পিতা- শ্ৰী মহেশ বিশ্বকৰ্মা, নিবাস -পাতপাৰা, থানা- কামাৰজি, জিলা - সিদ্ধি, মধ্য প্ৰদেশ। এই লʼৰাজন যোৱা ২০ মেʼ,২০২৬ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। কোনো সদাশয় ব্যক্তিয়ে কিবা সম্ভেদ পালে অনুগ্ৰহ কৰি তলৰ ঠিকনাত জনাওক।
জিলা আইন সেৱা প্ৰাধিকাৰী, শিৱসাগৰ, বৰপুখুৰী পাৰ
মোবাইল নং : 9101835996, 9957079406, 7002547315