08/09/2025
ক্রমিক নং:-২০
নাম:- লিপিকা কুৰ্মি
ঠিকনা:- সাপেখাতী,চৰাইদেউ
নমস্কাৰ জহাৰ "হামদেৰ চিন্তাধাৰা" FACEBOOK পেজ'ৰ উদ্যোগত কৰম পূজা উপলক্ষে প্রথম বাৰ্ষিক ONLINE ফটো প্ৰতিযোগিতা ।
প্রথম পুৰস্কাৰ - আকৰ্ষনীয় উপহাৰ লগতে
মানপত্র ।
দ্বিতীয় পুৰস্কাৰ - আকৰ্ষনীয় উপহাৰ লগতে
মানপত্র ।
তৃতীয় পুৰস্কাৰ - আকৰ্ষনীয় উপহাৰ লগতে
মানপত্র ।
ফটো জমা দিয়াৰ সময় ৩০ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰলৈ, ফলাফল ঘোষণা ৩০ চেপ্তেম্বৰ,২০২৫।
প্ৰতিযোগিতাৰ নিয়মাৱলী-
১) প্ৰতিযোগিতাৰ ফলাফল লাইক, কমেন্ট,চেয়াৰ
দ্বাৰা বিবেচনা কৰা হ'ব।
১টা লাইক - ১ পইন্ট,
১টা কমেন্ট - ২ পইন্ট,
১টা চেয়াৰ - ৩ পইন্ট,
২) ফটোসমূহ জাতীয় সাজপাৰ পৰিহিত হ'ব লাগিব।
৩)ফটো সমূহ তলত দিয়া WHATSAPP নম্বৰ যোগে আমালৈ প্রেৰণ কৰিব লাগিব।
6001060626/7896627956
৪)প্রতিযোগি সকলে নিজৰ নাম ঠিকনা লিখাটো বাঞ্চনীয়।
৫)অত্যাধিক EDIT কৰা ফটো গ্ৰহণ কৰা নহ'ব।
৬)ফলাফলসমূহ হামদেৰ চিন্তাধাৰা পেজৰ জৰিয়তে ঘোষণা কৰা হ'ব।
৭) হামদেৰ চিন্তাধাৰা পেজটো আৰু কৰাটো বাধ্যতামূলক।