BJP Charaideo District

BJP Charaideo District This is an Official page of BJP, Charaideo district. Operation handle of this page is under the District IT&SM and district President.
(1)

নিযুক্তি প্ৰদান,
26/08/2026

নিযুক্তি প্ৰদান,

কালি ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...
26/08/2026

কালি ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা বৈঠকত অসমৰ বাবে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ :-

26/08/2026

সেই সময়ৰ ভাৰতৰ তুলনাত এতিয়াৰ ভাৰতবৰ্ষ

20/08/2026

১০০ দিন - সংকল্পৰ পৰা সিদ্ধিলৈ...

অসমত তৃতীয়বাৰৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এ চৰকাৰে আজি সফলতাৰে ১০০দিন সম্পূৰ্ণ কৰিছে।

জনতাৰ সেৱা, সুৰক্ষিত আৰু বিকশিত অসম নিৰ্মাণৰ পথত বিজেপি চৰকাৰে অবিৰাম গতিত কাম কৰি আছে। আজিৰ এই শুভমূহুৰ্তত অসমবাসী ৰাইজ, ৰাইজৰ চৰকাৰখন আৰু মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জনাইছোঁ অফুৰন্ত শুভকামনা।

আপোনালোকৰ মাজত আৰু আপোনালোকৰ বাবেই উৎসৰ্গিত বিগত শত দিনৰ কিছু বিশেষ মুহূৰ্ত...

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Nitumoni Prodhan

20/08/2026
কংগ্ৰেছে কিয় শুনিব নোৱাৰে ভাৰত বন্দনা?
20/08/2026

কংগ্ৰেছে কিয় শুনিব নোৱাৰে ভাৰত বন্দনা?

যোৰহাটৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে অপপ্ৰচাৰেৰে ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডা...
18/08/2026

যোৰহাটৰ বৰ্তমানৰ সাংসদ গৰাকীয়ে অপপ্ৰচাৰেৰে ৰাজনীতিত ব্যস্ত থকাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যোৰহাট লোকসভা সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ কাষত থাকি দুৰ্যোগৰ এই কঠিন সময়ত সাহায্য প্ৰদান কৰি আছে।

BJP Assam Pradesh
Himanta Biswa Sarma
Dilip Saikia
Pabitra Margherita
Santanu Puzari

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নতুন কমিটি,,,নতুনকৈ দায়িত্ব পোৱা সকলোলৈকে শুভেচ্ছা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
17/08/2026

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নতুন কমিটি,,,
নতুনকৈ দায়িত্ব পোৱা সকলোলৈকে শুভেচ্ছা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।

সোণাৰি সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ    ডাঙৰীয়া কালিৰে পৰা ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ...
16/08/2026

সোণাৰি সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া কালিৰে পৰা ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে । শ্ৰদ্ধাৰ বিধায়ক মহোদয়ৰ সুস্বাস্থ্য আৰু দ্ৰুত আশু-আৰোগ্যৰ বাবে আন্তৰিকভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
Himanta Biswa Sarma
BJP Assam Pradesh

চৰাইদেউ জিলাৰ অন্তৰ্গত"সোণাৰি বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া বৰ্তমান অসুস্থ হৈ ডিব...
16/08/2026

চৰাইদেউ জিলাৰ অন্তৰ্গত"সোণাৰি বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া বৰ্তমান অসুস্থ হৈ ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ঈশ্বৰৰ ওচৰত তেখেতৰ দ্ৰুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা জনালোঁ। তেখেত অতি সোনকালে সম্পূৰ্ণ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহক।" 🙏💐

Get Well Soon
Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ

Address

Sonari Town
Sonari
785691

Alerts

Be the first to know and let us send you an email when BJP Charaideo District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Charaideo District:

Shortcuts

Share