সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা

  • Home
  • India
  • Sonari
  • সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা All Charaideo District Students’ Union
Boikuntha Gogoi (I/C President)
Ph. 8752955648
Mrinmoy Borah (General Secretary)
Ph. 7002147595

কালি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থা সমূহে শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী সকলক শ্ৰ...
06/09/2026

কালি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থা সমূহে শিক্ষানুষ্ঠান সমূহৰ মুৰব্বী সকলক শ্ৰদ্ধা জ্ঞাপন কৰে।

🙏🏻🙏🏻
05/09/2026

🙏🏻🙏🏻

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত স...
03/09/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত সমগ্র চৰাইদেউ জিলাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ "শৱযাত্ৰা" কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ছাত্ৰ সন্থাৰ স্পষ্ট দাবী -
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি শীঘ্ৰে নিয়ন্ত্ৰণ কৰিব লাগিব। দাম হ্ৰাসৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণক অতিৰিক্ত আৰ্থিক বোজাৰ পৰা সকাহ দিব লাগিব। অন্যথা দাম বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ অব্যাহত থাকিব।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শিক্ষা বিভাগে জাৰি কৰা ৫০% মাচুল ৰেহাইৰ জাননী প্ৰত্যাহাৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো...
02/09/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শিক্ষা বিভাগে জাৰি কৰা ৫০% মাচুল ৰেহাইৰ জাননী প্ৰত্যাহাৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবীত চৰাইদেউ জিলা প্ৰতিখন মহাবিদ্যালয়ৰ আছু গোটে অধ্যক্ষ মহোদয় জড়িয়তে মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

মুখ‍্যমন্ত্ৰী, শিক্ষামন্ত্ৰীলৈ আছুৰ দাবীপত্ৰদৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ দাবী।৫০% ৰে...
01/09/2026

মুখ‍্যমন্ত্ৰী, শিক্ষামন্ত্ৰীলৈ আছুৰ দাবীপত্ৰ

দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ দাবী।

৫০% ৰেহাইৰ জাননী প্ৰত‍্যাহাৰ কৰি সংগ্ৰহ কৰা মাচুল ঘূৰাই দিয়কঃ আছু

'অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধিৰ প্রতিবাদত আৰু দাম হ্রাস কৰাৰ দাবী'ত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চৰাই...
27/08/2026

'অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধিৰ প্রতিবাদত আৰু দাম হ্রাস কৰাৰ দাবী'ত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই জিলা সদৰ সোণাৰিত "বিক্ষোভ সমদল" কাৰ্য্যসূচী ৰূপায়ন কৰোঁ ।

ছাত্ৰ সন্থাৰ স্পষ্ট মত- অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম ৰোধ কৰিবই লাগিব। দাম নিয়ন্ত্ৰণৰ জৰিয়তে সাধাৰণ ৰাইজক সকাহ দিবই লাগিব। অন্যথ্যা ছাত্ৰ সন্থা ক্ষান্ত নহয়। 

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস‍্য প্ৰশান্ত দত্ত ডাঙৰীয়াৰ মাতৃ, অঞ্চলট...
24/08/2026

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস‍্য প্ৰশান্ত দত্ত ডাঙৰীয়াৰ মাতৃ, অঞ্চলটোৰ ধৰ্মপৰায়ণ মহিলা বিজয়া দত্ত আইৰ মৃত্যুত আমি ছাত্ৰ সন্থাৰ পৰিয়াল অতি মৰ্মাহত হৈছোঁ। আইগৰাকীৰ মৃত‍্যু আমাৰ বাবে এক অভাৱনীয়, অপূৰণীয় শূণ্যতা। আইৰ পৱিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকদগ্ধ পৰিয়ালবৰ্গলৈ এই দুখৰ সময়ত গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
Prasanta Dutta

অব্যাহত আছে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাহাৰ্য প্ৰদান। কালি ছাত্ৰ ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰণ কৰা হয়।
20/08/2026

অব্যাহত আছে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সাহাৰ্য প্ৰদান। কালি ছাত্ৰ ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰণ কৰা হয়।

🙏🏻
19/08/2026

🙏🏻

আজি অসম চুক্তি সম্পাদনৰ ৪১ বছৰ হোৱা দিনটোত অসম আন্দোলনৰ জাতীয় ছহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ...
15/08/2026

আজি অসম চুক্তি সম্পাদনৰ ৪১ বছৰ হোৱা দিনটোত অসম আন্দোলনৰ জাতীয় ছহিদ সকললৈ শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই জিলা সদৰ সোণাৰিত ৮৬০ গছিকৈ বন্তি প্ৰজ্বালন কৰা হয়।
আমাৰ স্পষ্ট কথা - অসম চুক্তি ৰূপায়ণ কৰক; নহ'লে জাতি নাবাচে।

Address

Swahid Uddyan
Sonari

Website

Alerts

Be the first to know and let us send you an email when সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category