BJP Srirampur Mandal

BJP Srirampur Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Srirampur Mandal, Political Party, Srirampur.

স্বাধীনতা দিৱস উৎযাপন। বিজেপি  শ্ৰীৰামপুৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত হয়।।ভাৰত মাতাৰ জয় হওক।। 🙏🙏
16/08/2026

স্বাধীনতা দিৱস উৎযাপন।
বিজেপি শ্ৰীৰামপুৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত হয়।।
ভাৰত মাতাৰ জয় হওক।। 🙏🙏

15/08/2026
পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান, দ্বিতীয় সত্ৰ কোকৰাঝাৰ জিলা
30/07/2026

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান, দ্বিতীয় সত্ৰ কোকৰাঝাৰ জিলা

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান কোকৰাঝাৰ জিলা।কৰ্যশাল:কোকৰাঝাৰ
28/07/2026

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান কোকৰাঝাৰ জিলা।
কৰ্যশাল:কোকৰাঝাৰ

আজি শ্ৰীৰামপুৰ মণ্ডলৰ সৈতে বিষয় ববীয়া বৈঠক অনুষ্ঠিত কৰা হয়।।
11/07/2026

আজি শ্ৰীৰামপুৰ মণ্ডলৰ সৈতে বিষয় ববীয়া বৈঠক অনুষ্ঠিত কৰা হয়।।

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬ (মণ্ডল প্ৰশিক্ষণ শিবিৰ)কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শ্ৰীৰামপুৰ মণ্ডলৰ উদ্...
02/07/2026

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬ (মণ্ডল প্ৰশিক্ষণ শিবিৰ)
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শ্ৰীৰামপুৰ মণ্ডলৰ উদ্যোগত আয়োজিত।।
মণ্ডলৰ বিষয়ববীয়া, জ্যেষ্ঠ নেতা আৰু কাৰ্যকৰ্তাসকলৰ সক্ৰিয় উপস্থিতিয়ে অনুষ্ঠানটোক সফল কৰাৰ প্ৰচষ্টাত । এই প্ৰশিক্ষণে সংগঠনৰ আদৰ্শ, নীতি আৰু সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ লগতে জনসেৱাৰ প্ৰতি নতুন উৎসাহ জগাই তোলে।
সকলো অতিথি, নেতা-কাৰ্যকৰ্তা আৰু আয়োজকসকললৈ আন্তৰিক ধন্যবাদ।
ভাৰত মাতা কি জয়!
বন্দে মাতৰম!

অসমৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অশোক কুমাৰ সিংহাল ডাঙৰীয়াক আজি শ্ৰীৰামপুৰ ভাৰতীয় জনতা পাৰ্টী শ্ৰীৰামপুৰ মণ্ডলৰ সৈতে উপস্থ...
27/06/2026

অসমৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অশোক কুমাৰ সিংহাল ডাঙৰীয়াক আজি শ্ৰীৰামপুৰ ভাৰতীয় জনতা পাৰ্টী শ্ৰীৰামপুৰ মণ্ডলৰ সৈতে উপস্থিত থাকি তেওঁক সম্বৰ্ধনা জনাও।

আজি ইং২৩/০৬/২০২৬ তাৰিখ মঙ্গলবাৰ শ্ৰীৰামপুৰ ভাৰতীয় জনতা পাৰ্টী শ্ৰীৰামপুৰ মণ্ডল কাৰ্যালয়তভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ ...
23/06/2026

আজি ইং২৩/০৬/২০২৬ তাৰিখ মঙ্গলবাৰ শ্ৰীৰামপুৰ ভাৰতীয় জনতা পাৰ্টী শ্ৰীৰামপুৰ মণ্ডল কাৰ্যালয়ত
ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱৰ পৱিত্ৰ পূৰ্ণ্য তিথিত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ 🙏🙏🙏

Address

Srirampur
783361

Website

Alerts

Be the first to know and let us send you an email when BJP Srirampur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share