29/12/2024
ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান "মন কি বাত " 2024 চনৰ অন্তিমটো কাৰ্যক্ৰমত আজি অসম প্ৰদেশৰ ভৰতীয় জনতা যুৱ মৰ্চাৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ৰাকেশ দাস ডাঙৰীয়া হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ শুৱালকুছি মণ্ডলৰ 169 নং বুথত দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে উপস্থিত থাকি মাননীয় প্ৰধানমন্ত্ৰী গৰাকীৰ "মন কি বাত" শ্ৰৱণ কৰে । উক্ত অনুষ্ঠানটিত উপস্থিত থাকে শুৱালকুছি মণ্ডল সভাপতি মাননীয় ধীৰাজ মহন্ত ডাঙৰীয়া , মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰাজীৱ দাস ডাঙৰীয়া, দিলীপ মেধী ডাঙৰীয়া,বুথ সভাপতি হীৰালাল ভৰালী সহিতে 169 নং বুথৰ অন্তৰ্গত দলীয় কাৰ্যকৰ্তা সকল।
Himanta Biswa Sarma Bhabesh kalita ভৱেশ কলিতা BJYM Assam @