Sribas Das 2

Sribas Das 2 যি সত্য,যি তথ্য ভিত্তিক তাক স্পষ্টতাৰ নিৰ্ভয়ে জন মানসত কোৱাটো উচিত!

15/09/2023

जो देश बिश्व का हित चिन्तन करे,जो देश बिश्व को आपना परिबार मान के चले,जो देश बिश्व सर्ब धर्म सम भाव का बात करे, बिश्व उसिको बिश्वगुरू मानके चलता हे! इसिलिय हाम भारतीय भारत को बिश्वगुरू मानकर चलते हे,किय के हामारा भारत बिश्वगुरू था औ आगे भि रहेगा!

15/09/2023

ভাৰতৰ সাতামপুৰুষীয়া সনাতন সংস্কৃতিক ধ্বংস কৰাই ইণ্ডি এলায়েন্সৰ মূল উদ্দেশ্য । যি বিচাৰধাৰা,সংস্কাৰ আৰু পৰম্পৰাই ভাৰতবৰ্ষক হেজাৰ বছৰৰ পৰা একত্ৰিত কৰি ৰাখিছে সেয়া সমাপ্ত কৰাৰ সংকল্পৰে মহা গোটবন্ধনৰ জন্ম হৈছে ।

26/07/2023

দেশ আমাৰ,প্ৰদেশ আমাৰ আৰু আমি যত বসবাস কঁৰো সেই সমাজটোও আমাৰ,এই তিনিওটাক সঠিক ভাবে সং মাসিকতাৰে নিয়ন্ত্ৰন কৰি ৰাখিব পাৰিলেহে মানৱ সমাজ আগন্তক দিত সুৰক্ষিত থাকিব। নহলে মানুহ পশু চৰিত পাই পৃথীৱিটোকেই ৰসাতলে লৱ।

On Hull Kranti Day, I pay my humble tribute to every tribal Santal hero who was martyred in the fight against the Britis...
30/06/2023

On Hull Kranti Day, I pay my humble tribute to every tribal Santal hero who was martyred in the fight against the British.
!!! Bharat Mata Ki Joy !!!

Amrit Kumar Das, Convener of the Bharatiya Janata Party's State Krisan Morcha's Social Media Cell, was attacked by a gro...
30/06/2023

Amrit Kumar Das, Convener of the Bharatiya Janata Party's State Krisan Morcha's Social Media Cell, was attacked by a group of miscreants last night.
I request the Hon'ble Chief Minister to arrest the gang of criminals and punish them as soon as possible.
I also pray to God for a speedy recovery.
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
ASSAM Police
GP Singh
Jitankur Das
Pijush Hazarika
Jayanta Mallabaruah

নমস্কাৰ,মোৰ অতি মৰমৰ সন্মানীয় ৰাষ্ট্ৰবাদী আৰু দেশৰ হিতাৰ্থে সদায়ে তৎপৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰী বন্ধুসকল,আপুনি/আপোনালো...
28/06/2023

নমস্কাৰ,
মোৰ অতি মৰমৰ সন্মানীয় ৰাষ্ট্ৰবাদী আৰু দেশৰ হিতাৰ্থে সদায়ে তৎপৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰী বন্ধুসকল,আপুনি/আপোনালোকে হয়তো জানেই ইতিমধ্য ইউনিফৰ্ম চিবিল কোড(UCC) ক লৈ দেশত চৰ্চা চলিছে।দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ো এক প্ৰকাৰে সেউজ সংকেত দিছে। ইতিমধ্যে Online মাধ্যমৰে সমৰ্থন বিচৰা হৈ আছে। ১৪-০৭-২৩ ইং তাৰিখৰ পৰা আগন্তক ১৪ জুলাই ২০২৩ লৈকে এটা সময়সীমা দিছে Online যোগে মতামত আগবঢ়োৱাৰ। তেনেক্ষেত্ৰত দেশৰ ভিতৰত থকা চৰকাৰ বিৰোধী ৰাজনৈতিক শক্তি আৰু এই UCC দেশত স্থাপিত হব দিব নিবিচৰা এচাম দেশবিৰোধী শক্তিয়ে,Online যোগে বৃহৎ সংখ্যক ভাবে এই আইনৰ বিৰোধত মতামত দি আছে Online যোগে।সেয়েহে দেশৰ হিতাৰ্থে আৰু এই আইনৰ সমৰ্থনত আমি ভাৰতবৰ্ষৰ প্ৰতিজন ৰাষ্ট্ৰবাদী চিন্তাশীল ব্যক্তিসকলে,সচেতন নাগৰিক সকলে আগবাঢ়ি আহি Online যোগে এই আইনৰ সমৰ্থন কৰিবয় লাগিব।নহলে দেশবিৰোধী আৰু এই আইন দেশত স্থাপিত হব দিব নিবিচৰা সকল সফল হৈ পঢ়িব । আপুনি/আপোনালোকে উক্ত বিষয়টোত গুৰুত্ব দি UCC ক Online যোগে সমৰ্থন জনাওঁক আৰু তিনিজনক সমৰ্থন আগবঢ়োৱাৰ বাবে উৎসাহিত কৰক।তেনেহলে নিশ্চয়কৈ অসমৰ পৰা এক বৃহৎ সমৰ্থন আমি আগবঢ়োৱাব পাৰিম নিশ্চয়। দেশত উক্ত আইন স্থাপিত হওঁক,সেই আশাৰে এই অভাজনে আপোনাসবলৈ প্ৰাৰ্থ্যণা জনায়। Email address ; [email protected] গৈ, নাইবা chrome সাইডত গৈ টাইপ কৰিব Uniform civil code of India তাতেই বিতং পাই যাৱ।
!!! ভাৰত মাতাকী জয় !!!

ইতি-
শ্ৰীবাস দাস

আজি ২৬-০৬-২০২৩ ইং তাৰিখে BTR অৰ ভূমিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্য্যায়ৰ কাৰ্যকৰ্তাৰ জন সুমদ্ৰ দেখা গল কোকৰাঝাৰ গ্ৰীণ ফিল...
26/06/2023

আজি ২৬-০৬-২০২৩ ইং তাৰিখে BTR অৰ ভূমিত ভাৰতীয় জনতা পাৰ্টিৰ বুথ পৰ্য্যায়ৰ কাৰ্যকৰ্তাৰ জন সুমদ্ৰ দেখা গল কোকৰাঝাৰ গ্ৰীণ ফিল্ড বড়োফা নগৰত। BTR অৰ ৰাজনীতিত বিজেপিৰ বুথ পৰ্য্যায়ৰ কাৰ্যকৰ্তাৰ এই শক্তি প্ৰদৰ্শনে অনাগত দিনত BTR অৰ ৰাজনীতিত এক নতুন শক্তিৰ সঞ্চাৰ কৰিবয়। মাথো অপেক্ষা দলীয় নেতৃত্বয় BTR অৰ নেতৃত্বৰ লগতে বুথ পৰ্য্যায়ৰ কাৰ্যকৰ্তাৰ ওপৰত ভৰষা ৰাখি আগন্তক দিনত যুগান্তকাৰী ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ।
সৰ্ব প্ৰথম ধন্যবাদ জনাওঁ ৫ নং লোকসভাৰ অন্তৰ্গত বিজেপি দলৰ সমূহ বুথৰ সন্মানীয় কাৰ্যকৰ্তা সকললৈ,লগতে ধন্যবাদ জনাওঁ উক্ত লোকসভাৰ অন্তৰ্গত সমূহ দলীয় জিলা,মণ্ডলৰ নেতৃত্বলৈ; আৰু উক্ত লোকসভাৰ অন্তৰ্গত সমূহ দলীয় সন্মানীয় MLA, EM, MCLA সকললৈ। আজি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি সন্মানীয় Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়া আৰু কেবিনেট মন্ত্ৰী সন্মানীয় Sanjoy Kishan ডাঙৰীয়া উপস্থিত,৫নং কোকৰঝাৰ লোকসভাৰ অন্তৰ্গত বিজেপি দলৰ মূল চালিকা শক্তি বুথৰ কাৰ্যকৰ্তাৰে যেনেদৰে এক বিশাল আৰু ভৈব্য জন সমুদ্ৰ BTR অৰ ভূমিত উক্ত লোকসভাৰ দলীয় নেতৃতয় একত্ৰিত প্ৰয়াসৰ দাৰা শক্তি প্ৰদৰ্শন কৰিলে,আমি আশবাদী এই ঐতিহাসিক জনসভাৰ পৰায় আগন্তকত BTR অৰ ৰাজনৈতিক প্ৰেক্ষাপটকলৈ ৰাজ্যিক নেতৃত্বয় এক যুগান্তকাৰী সিদ্ধান্তৰে কাৰ্যকৰ্তাৰ হিয়াত এক নতুন উৎসাহ আৰু প্ৰেৰণা যোগাবয়।
!!! ভাৰত মাতাকী জয় !!!

Narendra Modi
J.P.Nadda
Himanta Biswa Sarma
Phanindranath Sharma
Diplu Ranjan Sarma
Jitankur Das
Rajkumar Brahma
Bharatiya Janata Party (BJP)
BJP Assam Pradesh
Banadip Deka

19/06/2023

देश का विभाजन गांधी और नेहरू जमेदार! विभाजन के कारण हिंदुओं की हत्या और हिंदू महिलाओ की इज्जत के साथ खेलवार, राष्ट्र पिता इस देश के इतिहास मे नही हे, वेह तो नेहरू ने करवाए हे। इस 83 साल के उमर के बुजर्ग के जुवानी सुनिए।

13/06/2023
 ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলাৰ সম্পাদিকা তথা আমাৰ দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকর্তা জোনালী নাথৰ হত্যাত গভীৰ শোক প্ৰ...
12/06/2023


ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলাৰ সম্পাদিকা তথা আমাৰ দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকর্তা জোনালী নাথৰ হত্যাত গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷অচিনাক্ত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা জোনালী নাথৰ মৃত্যুত অত্যন্ত ব্যথিত হৈছোঁ আৰু গভীৰ দুখ প্ৰকাশ কৰিছোঁ । অসম চৰকাৰ তথা অসম প্ৰশাসনক অতি শীঘ্ৰেই দোষীক কৰায়ক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনালো।
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰি‌য়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।
!! ঔম: শান্তি !!
BJP Assam Pradesh
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Phanindranath Sharma
ASSAM Police
Jitankur Das

তাৰিখ :- ১০-০৬-২০২৩ ইং;ভাৰতীয় জানতা পাৰ্টিৰ উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষতে চলি থকা মহা জনসম্পৰ্ক অভিযানৰ সংগতি আজি বাকসা জিলা...
10/06/2023

তাৰিখ :- ১০-০৬-২০২৩ ইং;
ভাৰতীয় জানতা পাৰ্টিৰ উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষতে চলি থকা মহা জনসম্পৰ্ক অভিযানৰ সংগতি আজি বাকসা জিলাৰ বৰমাস্থিত Integrated Textile Parkত অনুষ্ঠিত হয় ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ "প্ৰভাৱী চ'চিয়েল মিডিয়া ব্যক্তি সভা"।

উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জানতা পাৰ্টি অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ তত্বাৱধায়ক শ্ৰীযুত শিৱনাথ ব্ৰহ্ম ডাঙৰীয়া, বিধায় তথা ৰাজ্যিক সম্পাদক শ্ৰীযুত অজয় কুমাৰ ৰায় ডাঙৰীয়া, বিধায়ক শ্ৰীযুত ফণীধৰ তালুকদাৰ ডাঙৰীয়া, বিধানসভা তত্বাৱধায়ক শ্ৰীযুত কুমুদ শৰনীয়া ডাঙৰীয়া আৰু বিৰদাওঁ বসুমতাৰী ডাঙৰীয়া, কোকৰাঝাৰ জিলা সভাপতি সন্মানীয় ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়া ,বাক্সা জিলা সভাপতি শ্ৰীযুত শৰত শৰ্মা ডাঙৰীয়া, আৰু চিৰাং জিলা সভাপতি শ্ৰীযুত ৰিন্টু কুমাৰ দাস ডাঙৰীয়াৰ লগতে বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা প্ৰভাৱী ভাবে চ'চিয়েল মিডিয়াত সক্ৰিয় থকা ব্যক্তি সকল।
Jitankur Das

Address

Dhubri
Tamarhat
783332

Telephone

+917002312955

Website

Alerts

Be the first to know and let us send you an email when Sribas Das 2 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sribas Das 2:

Share