18/07/2026
43 নং তামুলপুৰ বিধান সভা সমষ্টিৰ বাবে গৌৰৱ তথা আনন্দৰ খৱৰ।পিতৃ শ্ৰীযুত লক্ষী বড়ো আৰু মাতৃ শ্ৰীমতী দৈৱকী ৰাভা বড়োৰ সুযোগ্য পুত্ৰ আমাৰ কুমাৰিকাটাৰ গৌৰৱ শ্ৰীজৌতিৰ্ময় বড়োয়ে ঘোষিত হৈ যোৱা সৰ্বভাৰতীয় Medical Entrance examination (NEET) ত সফলতাৰে উত্তীৰ্ণ হৈছিল । আজি তেখেতৰ ভবিষ্যত উজ্জ্বল কামনা কৰি দৰংগাজুলি মন্ডল তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
Jyotirmoi 🎊
BJP Assam Pradesh
BJP Tamulpur District
Himanta Biswa Sarma
Dilip Saikia
Nitin Nabin
Bijit Gwra Narzary
Rideep Rideep Das