Bjp Gaibari Mandal , Tamulpur

Bjp Gaibari Mandal , Tamulpur Tamulpur District

বিটিচি বিধান পৰিষদৰ সন্মানীয় উপাধ্যক্ষ, দৰঙ্গাজুলী পৰিষদীয় সমষ্টিৰ পাৰিষদ  #বিজিত_গৌৰা_নাৰ্জাৰী দেৱৰ মৃত্যুৰ খবৰে বাৰুক...
26/08/2026

বিটিচি বিধান পৰিষদৰ সন্মানীয় উপাধ্যক্ষ, দৰঙ্গাজুলী পৰিষদীয় সমষ্টিৰ পাৰিষদ #বিজিত_গৌৰা_নাৰ্জাৰী দেৱৰ মৃত্যুৰ খবৰে বাৰুকৈয়ে মৰ্মাহত কৰিলে।।
সূদীৰ্ঘ সময় সমষ্টিবাসীৰ হৃদয় জয় কৰিব জনা ব্যক্তিজন হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱা খবৰটো মানিবলৈ কঠিন হৈ পৰিছে।।
এই কঠিন সময়ত তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
সদায়ে আপোনাৰ চিৰপৰিচিত মুখখন মিছ কৰিম।

ঔঁম শান্তি ঔঁম শান্তি।।

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ দিনটোত ভাৰতৰ মহাকাশ বিজ্ঞানীসকলৰ ত্যাগ আৰু অৱদানৰ প্ৰতি সন্মান জনাইছোঁ। ভাৰতৰ মহাকাশ গৱেষণাৰ ...
23/08/2026

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ দিনটোত ভাৰতৰ মহাকাশ বিজ্ঞানীসকলৰ ত্যাগ আৰু অৱদানৰ প্ৰতি সন্মান জনাইছোঁ। ভাৰতৰ মহাকাশ গৱেষণাৰ বিভিন্ন সফলতাই ইতিহাস ৰচনা কৰিছে। চন্দ্ৰযান-৩ৰ দৰে বহু সফলতাই ভাৰতবাসীক সদায় গৌৰৱান্বিত কৰি আহিছে।

23/08/2026
11/08/2026

ঘৰে ঘৰে ত্ৰিৰংগা...🇮🇳

আহক ত্ৰিৰংগাৰ সৈতে দেশপ্ৰেমৰ উৎসৱ উদযাপন কৰোঁ।

অহা ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টী গয়বাৰী মণ্ডলৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে গয়ব...
11/08/2026

অহা ১৫ আগষ্ট স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টী গয়বাৰী মণ্ডলৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে গয়বাৰী মণ্ডলৰ সভাপতি শ্ৰদ্ধাৰ ভৃগু ডেকা ডাঙৰীয়া আৰু গয়বাৰী মণ্ডলৰ প্ৰভাৰি জিনাৰাম বড়ো ডাঙৰীয়া আৰু জেষ্ঠ কাৰ্যকৰ্তা দ্বিপেন কলিতা ডাঙৰীয়া, সোমনাথ বসুমতাৰী ডাঙৰীয়া আৰু গয়বাৰী মণ্ডলৰ V.C.D.C. ৰ প্ৰভাৰি সকল।

কথা মতেই কাম 🩵🩵আজি দিনৰ ১২ বজাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব ধন।👉 বানপীড়িত অঞ্চলৰ আই-মাতৃসকলে ল...
01/08/2026

কথা মতেই কাম 🩵🩵
আজি দিনৰ ১২ বজাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব ধন।

👉 বানপীড়িত অঞ্চলৰ আই-মাতৃসকলে লাভ কৰিব ₹২,৫০০ কৈ টকা।
👉 আন সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব ₹১,১০০ টকা।
সমূহ আই-মাতৃলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏🙏

Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
BJP Assam Pradesh
BJP Tamulpur District
Rajesh Boro
Biswajit Daimary

07/07/2026

Address

Rangia Bhutan Road
Tamulpur

Website

Alerts

Be the first to know and let us send you an email when Bjp Gaibari Mandal , Tamulpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share