BMMU Gabharu ASRLM

BMMU Gabharu ASRLM Government Organization Objective of enhancing the social and economic empowerment of rural poor.

01/03/2024

Moiu Lakhpati Campaign . An SHG member of Gabhoru BMMU, ASRLM Sonitpur, P&RD, Govt. of Assam.

01/03/2024

শোণিতপুৰৰ গাভৰু উন্নয়ন খণ্ডৰ লাখপতি বাইদেউ হীৰামনি নেওগ কাকতিৰ কথাৰে
#মইও লাখপতি

অহা ১০, ১১ আৰু ১২ এপ্ৰিল, ২০২২ তাৰিখে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,শোণিতপুৰ জিলাৰ উদ্যোগত তেজপুৰ নেহৰু ময়দান (চাৰ্ছ...
07/04/2022

অহা ১০, ১১ আৰু ১২ এপ্ৰিল, ২০২২ তাৰিখে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,শোণিতপুৰ জিলাৰ উদ্যোগত তেজপুৰ নেহৰু ময়দান (চাৰ্ছ ফিল্ড)ত "অসমী বহাগী মেলা" অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত বিহুত প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ হব। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সকলোৰে উপস্থিতি কামনা কৰিলো।

ASOMI product made by Self Help Group member under Gabharu Development Block, ASRLM now available on Flipkart.
29/10/2021

ASOMI product made by Self Help Group member under Gabharu Development Block, ASRLM now available on Flipkart.

আজি ইং ০১.১০.২০২১ তাৰিখে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গাভৰু উন্নয়ন খণ্ডৰ সৌজন্যত ৯ টা বয়োজ্যেষ্ঠ আত্মসহায়ক গোটৰ শু...
01/10/2021

আজি ইং ০১.১০.২০২১ তাৰিখে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গাভৰু উন্নয়ন খণ্ডৰ সৌজন্যত ৯ টা বয়োজ্যেষ্ঠ আত্মসহায়ক গোটৰ শুভাৰম্ভণি কৰা হয়। সভাখনত তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পৃথিৰাজ ৰাভা ডাঙৰীয়াৰ প্ৰমুখ্যে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা বাইদেউ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শোণিতপুৰৰ জিলা প্ৰকল্প প্ৰবন্ধকৰ লগতে গাভৰু উন্নয়ন খণ্ডৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে। সন্মানীয় বিধায়ক মহোদয়াই আমাৰ বয়োজ্যেষ্ঠ আই মাতৃসকলক উদ্দেশ্যি, কিদৰে স্ব নিৰ্ভৰশীল হৈ জীৱন আৰু জীৱিকা উপাৰ্জন কৰিব পাৰি সেই সম্পৰ্কত গঠনমূলক পৰামৰ্শ দিয়ে। তদুপৰি জিলা প্ৰকল্প প্ৰবন্ধক মহোদয়ে আমাৰ বয়োজ্যেষ্ঠ আত্মসহায়ক গোটসকলৰ গঠনৰ উদ্দেশ্য বাখ্যা কৰে আৰু অনাগত দিনত পূৰ্ণগতিত কাম কৰাৰ আশ্বাস প্ৰদান কৰে।

*সফলতাৰ কাহিনী**জেউতি আত্মসহায়ক গোট:মহিলা সৱলীকৰণ ৰ বাবে "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান" এ সদায় কাম কৰি আহিছে। তাৰে ...
03/07/2021

*সফলতাৰ কাহিনী*
*জেউতি আত্মসহায়ক গোট:

মহিলা সৱলীকৰণ ৰ বাবে "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান" এ সদায় কাম কৰি আহিছে। তাৰে ফলস্বৰূপে আমাৰ গাভৰু উন্নয়ন খণ্ডৰ "জেউতি" আত্মসহায়ক গোটে এক স্বাভলম্ভিতাৰ নিদৰ্শন দেখুৱাইছে। "জেউতি" আত্মসহায়ক গোটটো শোণিতপুৰ জিলাৰ ঊষাপুৰ গাঁও পঞ্চায়ত ৰ "ঊষাপুৰ" গ্ৰাম্য সংগঠনৰ অন্তৰ্গত। "জেউতি" আত্মসহায়ক গোটে "অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ৰ দ্বাৰা বেংকৰ পৰা ০৫/১১/২০২০ তাৰিখে ২০০০০০ টকাৰ লোণ পায়। সেই লোনটোৰ জৰিয়তে তেওঁলোকে তাঁতশাল নিৰ্মাণৰ কথা চিন্তা চৰ্চা কৰে। তেনেকৈ এ তেওঁলোকে প্ৰথম পৰ্যায়ত ৩ খন নতুন তাঁতশাল স্থাপন কৰে। তাঁতশাল স্থাপনৰ বাবে তেওঁলোকে মুঠ ৬০,০০০ টকা খৰচ কৰিব লগা হয়। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ২০০০ টকাৰ সূতা কিনি প্ৰথমবাৰৰ বাবে কাপোৰ বোৱা কামটো আৰম্ভ কৰে আৰু তেওঁলোকে ৬০০০ টকাৰ উপাৰ্জন কৰে। কিন্তু কৰণা মহামাৰী ৰ বাবে বৰ্তমান বজাৰ দখলত কিছু সমস্যা ৰ সন্মুখীন হৈছে। বৰ্তমান সময়বোৰ ভাল হলে আৰু ৩খন নতুন তাঁতশাল নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
কিন্তু, যি সমস্যাই নহওক তেওঁলোকৰ এই আত্মনিৰ্ভৰশীল হৈ উপাৰ্জনৰ পথ মুকলি কৰা কাৰ্যই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সফলতাৰ মাফকাঠি!

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান  শোণিতপুৰ, গাভৰু উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গ্রাম পঞ্চায়তৰ অধীনত থকা  অাত্মসহায়ক গো...
10/11/2020

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শোণিতপুৰ, গাভৰু উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গ্রাম পঞ্চায়তৰ অধীনত থকা অাত্মসহায়ক গোটসমূহে স্বাৱলম্বীতাৰ জৰিয়তে আৰ্থিক ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিছে ।

Address

Tezpur
784150

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+18486338033

Website

Alerts

Be the first to know and let us send you an email when BMMU Gabharu ASRLM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BMMU Gabharu ASRLM:

Share