11/12/2025
অসমৰ এগৰাকী প্ৰবীণ ৰাজনীতিবিদ তথা তেজপুৰ আৰু ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক, জ্যেষ্ঠ ভাতৃপ্ৰতিম প্ৰয়াত ৰাজেন বৰঠাকুৰদেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। এক সুদীৰ্ঘ কাল অসমৰ ৰাইজৰ সেৱাৰ্থে কাম কৰি যোৱা ৰাজেন বৰঠাকুৰদেৱ আমাৰ বাবে সদায়েই স্মৰণীয় হৈ ৰ'ব।