Saurav Borkataki Sarpa Bandhab

Saurav Borkataki Sarpa Bandhab Wildlife Professor | Snake Rescuer | 30+ Years Experience
(4)

আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে এক সুস্থ আৰু সেউজীয়া পৃথিৱী এৰি যোৱাতকৈ ডাঙৰ আদৰ্শ আৰু একো হ'ব নোৱাৰে।     #সজাগতা
25/08/2026

আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে এক সুস্থ আৰু সেউজীয়া পৃথিৱী এৰি যোৱাতকৈ ডাঙৰ আদৰ্শ আৰু একো হ'ব নোৱাৰে।

#সজাগতা

24/08/2026

My son Raj Saurav Borkataki in an insightful conversation with his Uncle, Dr. Bhabani Bhuyan a highly respected doctor and expert, discussing snakebite treatment, rescue, and awareness.

23/08/2026

Snake Rescue Call — Missamari Army Complex | 24 November 2020

Responded to a rescue call after a snake was reported to be hiding inside an Army officer’s car at the Missamari Army Complex.

The vehicle had to be carefully checked, including removing several parts to inspect the interior thoroughly. Despite an extensive search, the snake could not be located.

Based on my assessment, I concluded that the snake had most likely escaped from the vehicle the previous night. The owner was relieved after learning this and was no longer worried.

21/08/2026

I rescued and documented the first recorded Salazar’s Pit Viper in Assam at Ganesh Ghat, Tezpur, in September 2019. This was an important record for the state and added valuable information to our understanding of the species’ distribution.

Following the rescue, the snake was safely released at Bhumuraguri Reserve in the presence of the Tezpur Forest Department. The department has been actively involved in the protection and conservation of snakes and other wildlife for many years, and their continued support for such rescue and conservation efforts is truly commendable.

Every rescue and field observation contributes to our knowledge of Assam’s biodiversity and highlights the importance of accurate documentation, responsible rescue, and wildlife conservation.

18/08/2026

এক সুন্দৰ পদক্ষেপ ভাল লাগিল। সৰ্প বন্ধু’ উপাধি লাভ কৰা আমাৰ ভাস্কৰজ্যোতি বৰা আৰু উৎপল শইকীয়াই ২০২৬ চনৰ জুলাই মাহত জাগীৰোড আৰু মৰিগাঁও অঞ্চলত কেইবাটাও সৰ্প উদ্ধাৰ অভিযান চলাইছিল। এই অভিযানৰ সময়তে তেওঁলোকৰ দৃষ্টিগোচৰ হৈছিল অসুৰক্ষিত অৱস্থাত থকা প্ৰায় ৮০টা চকৰী ফেঁটী সাপৰ কণী।
বন্যপ্ৰাণীৰ স্বাভাৱিক জীৱনচক্ৰৰ প্ৰতি সন্মান জনাই কণীসমূহ তাতেই ঘোলা হ'বলৈ এৰি নিদি দুয়োগৰাকী সৰ্প বন্ধুৱে কণীসমূহ নিজাববীয়াকৈ সুৰক্ষিত স্থানত সংৰক্ষণ কৰি উমনি দিয়াৰ ব্যৱস্থা কৰে। অৱশেষত দীঘলীয়া প্ৰচেষ্টাৰ সফল পৰিণতি হিচাপে আজি, ১৮ আগষ্টত, ৬৫ টা কণী ফুটি চকৰী ফেঁটী সাপৰ পোৱালিয়ে জন্ম লাভ কৰে।
পোৱালিসমূহক প্ৰাকৃতিক পৰিৱেশত মুক্তভাৱে জীয়াই থকাৰ সুযোগ দিয়াৰ উদ্দেশ্যে তেওঁলোকে পোৱালিসমূহ লাওখোৱা অভয়াৰণ্যত মুকলি কৰাৰ ব্যৱস্থা কৰিছে। এই পদক্ষেপে কেৱল সৰ্প সংৰক্ষণৰ ক্ষেত্ৰতে নহয়, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো এক ইতিবাচক বাৰ্তা বহন কৰিছে।
#সজাগতা

দৈনিক আমাৰ প্ৰণাম সাংবাদি ফৰিদ আলিক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।  🙏
17/08/2026

দৈনিক আমাৰ প্ৰণাম সাংবাদি ফৰিদ আলিক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । 🙏

তেজপুৰত ভাৰতীয় ষ্টেট বেংকৰ ওচৰত    ১১/৮/২০২৬  তাৰিখে নিশা ১১ বজাত এটা অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিও।
16/08/2026

তেজপুৰত ভাৰতীয় ষ্টেট বেংকৰ ওচৰত ১১/৮/২০২৬ তাৰিখে নিশা ১১ বজাত এটা অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিও।

16/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনা চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি কৰি দিলো এটা কাছ। এই কাছটোলৈ এতিয়ালৈকে মই মুকলি কৰা এইটো ৪৫ সংখ্যক কাছ হয়। আজি তেজপুৰৰ বিহগুৰিৰ কলিতা গাঁৱত দিনত উদ্ধাৰ কৰিছিলো এই কাছটো।
#সজাগতা

৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনা চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি কৰি দিলো এটা কাছ। এই কাছটোলৈ এতিয়ালৈকে মই মুকলি কৰা এইটো...
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ দিনা চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি কৰি দিলো এটা কাছ। এই কাছটোলৈ এতিয়ালৈকে মই মুকলি কৰা এইটো ৪৫ সংখ্যক কাছ হয়। আজি তেজপুৰৰ বিহগুৰিৰ কলিতা গাঁৱত দিনত উদ্ধাৰ কৰিছিলো এই কাছটো।
#সজাগতা #

14/08/2026

মুকূট মহন্ত ঘৰ তেজপুৰ কেকুঁৰাপূল আমাৰ প্ৰকৃতি টিমৰ হয়। আজি দিনত তেওঁৰ ঘৰত এটা ফেঁটী সাপে এটা ভেকুলী খাই আছিল। মুকূট মহন্তই সাপটোক যাতে কোনো অসুবিধা নহয় খাদ্য খাই থকাৰ সময়ত। মোৰ ভাল লাগিল মুকূট মহন্তৰ সিদ্ধান্তৰ বাবে।

Address

Tezpur, AS, India
Tezpur
784001

Telephone

+917002096621

Website

Alerts

Be the first to know and let us send you an email when Saurav Borkataki Sarpa Bandhab posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Saurav Borkataki Sarpa Bandhab:

Shortcuts

Share