Mansiri Gaon Panchayat

Mansiri Gaon Panchayat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mansiri Gaon Panchayat, Government Organization, Tezpur.

আজি 13/01/23 তাৰিখে সামাজিক পৰীক্ষণ দলৰ লগত প্ৰথম দিনৰ পৰ্য্যালোচনা ৷
13/01/2023

আজি 13/01/23 তাৰিখে সামাজিক পৰীক্ষণ দলৰ লগত প্ৰথম দিনৰ পৰ্য্যালোচনা ৷

যোৱা ইং 12/01/23 তাৰিখে অনুষ্ঠিত হোৱা কৃষক সকলৰ প্ৰশিক্ষণ ৷
13/01/2023

যোৱা ইং 12/01/23 তাৰিখে অনুষ্ঠিত হোৱা কৃষক সকলৰ প্ৰশিক্ষণ ৷

আজি ইং 20/12/22 তাৰিখে মানশিৰি গাৱ পঞ্চায়ত অস্হায়ী প্ৰেক্ষাগৃহত "গাৱ পঞ্চায়ত উন্নয়ণ পৰিকল্পনা প্ৰস্তুুতকৰণ আৰু ""অৰুণোদয়...
20/12/2022

আজি ইং 20/12/22 তাৰিখে মানশিৰি গাৱ পঞ্চায়ত অস্হায়ী প্ৰেক্ষাগৃহত "গাৱ পঞ্চায়ত উন্নয়ণ পৰিকল্পনা প্ৰস্তুুতকৰণ আৰু ""অৰুণোদয়""হিতাধিকাৰী বাচনি ৰ ওপৰত তৃতীয় বিশেষ গাৱ সভা অনুষ্ঠিত হৈ যায় ৷
আজিৰ গাৱ সভাত উপস্হিত থকা সন্মানীয় সমুহ দলীয় কাৰ্য্যকৰ্তা /গ্ৰাম সদস্য/সদস্যা,সন্মানীয় জীবিকা,পঞ্চাযত কৰ্মচাৰী,বিশিষ্ট সমাজ কৰ্মীসকল;আই-মাতৃ সকল উপস্হিতি থাকি গঠনমূলক দিহা পৰামৰ্শ আগবঢ়োৱাত সকলোৱৈ আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিলো ৷ 🙏🙏

আজি ইং 02/12/22 তাৰিখে গাৱ পঞ্চায়তৰ প্ৰেক্ষাগৃহত দ্বিতীয়লানী  বসুন্ধাৰা 2,0 সজাগতা গাৱ সভা;PMAY-G,PM kissanৰ ওপৰত বিভিন্...
02/12/2022

আজি ইং 02/12/22 তাৰিখে গাৱ পঞ্চায়তৰ প্ৰেক্ষাগৃহত দ্বিতীয়লানী বসুন্ধাৰা 2,0 সজাগতা গাৱ সভা;PMAY-G,PM kissanৰ ওপৰত বিভিন্ন বিভাগৰ বিষয়া ও গাৱ প্ৰধান সকল, জনপ্ৰতিনিধিসকল ও সমাজসেৱক সকলৰ উপস্হিতিত অনুষ্ঠিত হৈ যায় ৷

আজি ইং ২১/১১/২০২২ তাৰিখে মানশিৰি গাওঁ পঞ্চায়তৰ সভাকক্ষত বালিপৰা মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক  শ্ৰীযুত সদানন্দ হাজৰিকা ...
21/11/2022

আজি ইং ২১/১১/২০২২ তাৰিখে মানশিৰি গাওঁ পঞ্চায়তৰ সভাকক্ষত বালিপৰা মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত সদানন্দ হাজৰিকা ,সম্পাদক শ্ৰীযুত ভৰত উপাধ্যায় , কৃষক মৰ্চা বালিপৰা মণ্ডলৰ কৰ্মোদ্যমী সন্মানীয় সভাপতি শ্ৰীযুত বিমান বৰা , মানশিৰি গাওঁ পঞ্চায়তৰ সন্মানীয় সভাপতি শ্ৰীযুত ইমানুৱে তপ্ন , শক্তি কেন্দ্ৰৰ আহ্বায়ক শ্ৰীযুত বিনোদ ছেত্ৰী , যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত অনুজ ছেত্ৰী , কোষাধ্যক্ষ শ্ৰীযুত মহেন্দ্ৰ চিন্তে ,প্ৰমুখ্যে মানশিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত সন্মানীয় বুথৰ সভাপতি সকলৰ উপস্থিতিত কৃষক সকলক সৰিয়হ আৰু মচুৰদালিৰ বীজ আৰু তিনিটা আত্মাসহায় গোটক বাদামৰ বীজ বিতৰণ কৰে ৷ স্মৰ্ত্তব্য যে আজিৰ ৱীজ বিতৰণত পঞ্চায়তৰ ভিতৰতে মানশিৰি গাৱঁৰ কৃষক ৰাইজে সৰ্বাধিক ৱীজ পাবলৈ সক্ষম হয় ৷ বিভাগৰ পৰা কমকৈ বীজ যোগান ধৰাৰ কাৰণে সন্মানীয় কৃষক কিছুমানক বীজ বিতৰণ কৰিব নোৱাৰিলোঁ ৷ তাৰ বাবে আমি দুখিতঃ ৷

19/11/2022 গাৱ পঞ্চায়ত ৰ অস্হায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বিতীয় গাৱ সভা ৷
19/11/2022

19/11/2022 গাৱ পঞ্চায়ত ৰ অস্হায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বিতীয় গাৱ সভা ৷

আজি ইং 22 .08 .22 তাৰিখে মানশিৰি গাৱঁ পঞ্চায়তৰ অন্তৰ্গত মানশিৰি গাৱঁৰ RC churchৰ চৌহদত mgnrega কামৰ শুভ উদ্বোধন কৰা হয় ৷...
23/08/2022

আজি ইং 22 .08 .22 তাৰিখে মানশিৰি গাৱঁ পঞ্চায়তৰ অন্তৰ্গত মানশিৰি গাৱঁৰ RC churchৰ
চৌহদত mgnrega কামৰ শুভ উদ্বোধন কৰা হয় ৷আজিৰ ঊন্নোচনী কাৰ্য্যসূচীত উপস্হিত থাকে শোণিতপুৰ জিলা সমিতি সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সুধান ভেংৰা ডাঙৰীয়াৰ লগতে পঞ্চায়তৰ গাৱঁ সদস্য / সদস্যা ও দলৰ বিভিন্ন দ্বায়িত্বত থকা সন্মানীয় কাৰ্যকৰ্তা সকল আৰু শুভাকাংক্ষী ৰাইজ সকল ৷৷৷

"আজাদী কা অমৃত মহোৎসৱ " ৰ স্বৰ্ণিল সন্ধিক্ষণত আজি 76সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰক্ষণত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া শত ...
15/08/2022

"আজাদী কা অমৃত মহোৎসৱ " ৰ স্বৰ্ণিল সন্ধিক্ষণত আজি 76সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰক্ষণত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া শত সহস্ৰজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই মানশিৰি গাৱ পঞ্চায়ত কাৰ্য্যলয়ত পতকা উত্তোলন কৰা হয় ৷আজিৰ এই শুভদিনত সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো ৷

09/08/2022
আজি ইং 06/08/22 তাৰিখে শ্ৰদ্ধাৰ যুৱ বিধায়ক ডাঙৰীয়াই ৰাইজৰ উপস্হিতিত পঞ্চায়তৰ 1)MGNRGA1টা আৰু পঞ্চদশ বিত্তীয় আয়োগৰ 2আচনিঁ...
06/08/2022

আজি ইং 06/08/22 তাৰিখে শ্ৰদ্ধাৰ যুৱ বিধায়ক ডাঙৰীয়াই ৰাইজৰ উপস্হিতিত পঞ্চায়তৰ 1)MGNRGA1টা আৰু পঞ্চদশ বিত্তীয় আয়োগৰ 2আচনিঁ উন্নোচন কৰে ৷

আজি ইং 28/07/22 তাৰিখে মানশিৰি গাৱ পঞ্চায়তৰ অস্হায়ী প্ৰেক্ষাগৃহত অতিৰিক্ত PMAY-G ঘৰৰ তালিকাভুক্ত হিতাধিকাৰীসকলক লৈ গাৱ স...
28/07/2022

আজি ইং 28/07/22 তাৰিখে মানশিৰি গাৱ পঞ্চায়তৰ অস্হায়ী প্ৰেক্ষাগৃহত অতিৰিক্ত PMAY-G ঘৰৰ তালিকাভুক্ত হিতাধিকাৰীসকলক লৈ গাৱ সভা অনুষ্ঠিত হয় ৷

Review Meeting at Mansiri GP for PMAY-G Additional list.
18/07/2022

Review Meeting at Mansiri GP for PMAY-G Additional list.

Address

Tezpur
784105

Website

Alerts

Be the first to know and let us send you an email when Mansiri Gaon Panchayat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share