Hope & Humanity Foundation by Gunjan Borah

Hope & Humanity Foundation by Gunjan Borah Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hope & Humanity Foundation by Gunjan Borah, Social service, Tezpur.

Non-Profit-Organization - India, Tezpur , Assam - Contact only for this Page - 8638037940 . মানুহে মানুহৰ বাবে - আহক আমি সকলো এজনে আনজনৰ সহায় হওঁ । নথকা জনক অকনমান সহায়ৰ হাত আগবঢ়াওঁ - সহযোগ কৰিবলৈ যোগাযোগ কৰিব - 8638037940

07/09/2026

তেওঁ খোজকাঢ়িব নোৱাৰে , হাত দুখনেই তেওঁৰ সঁহাৰি । প্ৰতিটো জীৱই একো একোটা কাহিনী ....




শুভ জন্মাষ্টমী 🙏🏻
04/09/2026

শুভ জন্মাষ্টমী 🙏🏻

01/09/2026

ভোক কেৱল আমাৰহে নালাগে... সকলোৰে লাগে মাথোঁ সকলোৰে সেই সুবিধা নাথাকে । আজি তেজপুৰ টাউনত এনেদৰেই 🤝


ধেমাজিলৈ যাওঁতে বান্দৰদেৱাত এই লোক জনে দোকানৰ সন্মুখত ভিক্ষা বিচাৰি থকা দেখা পাইছিলোঁ । তেওঁৰ হাতত এটা ক'লা সৰু পলিথিন আ...
29/08/2026

ধেমাজিলৈ যাওঁতে বান্দৰদেৱাত এই লোক জনে দোকানৰ সন্মুখত ভিক্ষা বিচাৰি থকা দেখা পাইছিলোঁ । তেওঁৰ হাতত এটা ক'লা সৰু পলিথিন আছিল কি আছে বুলি চাওঁতে দেখিছিলো এটা ১০ টকীয়া মাজা মেংগ' পেকেট আৰু এটা চক'পাই , হয়তো তেওঁ সেইয়া নাতিৰ বাবে লৈছে । হাতত এটা মাথোঁ ১০ টকা আছিল যিটো তেওঁ গাড়ী ভাড়া হিচাপে ৰাখিছিল । তেখেতৰ লগত কথা পাতি বুজিছিলোঁ যে তেওঁৰ তিনিটা পুত্ৰ আছে যদিও বিয়া পতাৰ পিছত মাক-দেউতাকক কিছু অৱহেলা কৰে । তেখেতক সাধ্য অনুসৰি কিছু খাদ্য সামগ্ৰী কিনি দিছিলোঁ 🙏🏻

27/08/2026

তেওঁৰ তিনিজন পুত্ৰ । বোৱাৰী অনাৰ পৰা নোচোৱা হ'ল বৃদ্ধ পিতৃ-মাতৃক 😞


25/08/2026

শ্বেয়াৰ কৰিব । ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছে নিতুমনি নাথ । নিতুমনিক জীয়াই ৰাখিবলৈ আপোনাৰ পৰা অলপ সহায় বিচাৰিছোঁ । আপোনাৰ সামৰ্থ অনুসৰি সহায় কৰক 🙏🏻
🙏🏻🙏🏻🙏🏻

কাৰ কেতিয়া বিপদ আহে , কাক কেতিয়া সহায় লাগে কোনেও নাজানো 🙏🏻 Hope & Humanity Foundation মানে আশা ও মানৱতা ভেটি 🙏🏻 বিপদৰ সম...
25/08/2026

কাৰ কেতিয়া বিপদ আহে , কাক কেতিয়া সহায় লাগে কোনেও নাজানো 🙏🏻 Hope & Humanity Foundation মানে আশা ও মানৱতা ভেটি 🙏🏻 বিপদৰ সময়ত আমি সকলোৱে এজনে আনজনৰ সহায় হওঁ আহক 🤝

24/08/2026

🤝 Support Us 🤝
24/08/2026

🤝 Support Us 🤝

অকণমান আনুষ্ঠানিকতা বাকী আছে 🙏🏻
আপুনি মই সকলো এজন আনজনৰ সহায় হম 🤝
নতুন পেজটো ফ'ল' কৰি ৰাখিব

https://www.facebook.com/share/1EzpjyGfUt/

Address

Tezpur
784150

Alerts

Be the first to know and let us send you an email when Hope & Humanity Foundation by Gunjan Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hope & Humanity Foundation by Gunjan Borah:

Shortcuts

Share

Category